ETV Bharat / international

ভুল টুইটেৰে ৰাইজৰ ৰোষত ট্ৰাম্প - ETV BHARAT

শ্ৰীলংকাৰ কূটাঘাতকাৰী বোমা বিস্ফোৰণৰ পাছতে ভুল টুইটেৰে টুইটাৰ ব্যৱহাৰকাৰীৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ টুইটাৰত তেওঁ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা "138 মিলিয়ন" বুলি লিখে যদিও ভুল বুজি পাই টুইটটো আঁতৰাই দিয়ে ৷

TRUMP'S TWEET
author img

By

Published : Apr 21, 2019, 11:42 PM IST

নিউজ ডেস্ক, 21 এপ্ৰিল: শ্ৰীলংকাৰ কূটাঘাতমূলক বোমা বিস্ফোৰণত শ-শ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহুসংখ্যক লোক আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে সমবেদনা জ্ঞাপন কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পেও টুইটাৰযোগে সমবেদনা জ্ঞাপন কৰিবলৈ যাওঁতে ভুল তথ্য প্ৰদান কৰাত টুইটাৰ ব্যৱহাৰকাৰী সকলৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হ'ব লগা হয় ৷ টুইটাৰত তেওঁ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা "138 মিলিয়ন" বুলি লিখাৰ লগে লগে টুইটাৰ ব্যৱহাৰকাৰী সকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ অৱশ্যে ইয়াৰ পাছতে নিজৰ ভুলৰ উমান পাই ৰাষ্ট্ৰপতি গৰাকীয়ে টুইটটো আঁতৰাই এক নতুন টুইট দিয়ে ৷

উল্লেখ্য যে, এই ভয়াবহ আক্ৰমণত 200ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে 600ৰো অধিক লোক আহত হয় ৷

TRUMP COMMITS A GAFFE IN HIS TWEET: WITHDRAWS IT LATER

ভুল টুইটেৰে ৰাইজৰ ৰোষত ট্ৰাম্প

নিউজ ডেস্ক, 21 এপ্ৰিল: শ্ৰীলংকাৰ কূটাঘাটমূলক বোমা বিস্ফোৰণত শ - শ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহুসংখ্যক লোক আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে সমবেদনা জ্ঞাপন কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পেও টুইটাৰযোগে সমবেদনা জ্ঞাপন কৰিবলৈ যাওঁতে ভুল তথ্য প্ৰদান কৰাত টুইটাৰ ব্যৱহাৰকাৰী সকলৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হ'ব লগা হয় ৷ টুইটাৰত তেওঁ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা "138 মিলিয়ন" বুলি লিখাৰ লগে লগে টুইটাৰ ব্যৱহাৰকাৰী সকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ অৱশ্যে ইয়াৰ পাছতে নিজৰ ভুলৰ উমান পাই ৰাষ্ট্ৰপতি গৰাকীয়ে টুইটটো আঁতৰাই এক নতুন টুইট দিয়ে ৷  

উল্লেখ্য যে, এই ভয়াবহ আক্ৰমণত 200ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে 600ৰো অধিক লোক আহত হয় ৷ 
thumbnail_2x1_trump_jpg.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.