ETV Bharat / international

COVID-১৯ঃ বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

বিশ্বত অব্যাহত আছে COVID-১৯ৰ সংহাৰ । এতিয়ালৈকে বিশ্বজুৰি ৭,৫২,৯৯,৬২৯ গৰাকীৰো অধিক লোক মহামাৰীত আক্ৰান্ত হৈছে । প্ৰাণঘাতী মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ১৬,৬৮,৬৯১ জনৰো অধিক লোকে ।

author img

By

Published : Dec 18, 2020, 5:39 PM IST

COVID-১৯ঃ বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
COVID-১৯ঃ বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ: সমগ্ৰ বিশ্বত ৭,৫২,৯৯,৬২৯ গৰাকীৰো অধিক লোক মহামাৰীৰ কবলত পৰিছে । কৰ'ণাত আক্ৰান্ত হৈ ১৬,৬৮,৬৯১ জনৰো অধিক লোকৰ মৃত্যু হৈছে । আনহাতে, ৫২,৮৬৯,৫৬৭ৰো অধিক লোক আৰোগ্য হৈছে । ১,৭৬,২৭,০৭০ জনৰো অধিক লোক আক্ৰান্ত আৰু ৩,১৭,৯২৯ জনৰো অধিক লোকৰ মৃত্যুৰে বিশ্বৰ অধিক সংক্ৰমিত দেশৰ তালিকাৰ শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ।

বৰ্তমান আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ টীকাকৰণ কৰি থকা হৈছে । ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ নিৰ্দেশ অনুসৰি টীকাকৰণ কৰোৱা হৈছে । মাইক ৰোজাৰ্ছে বৃহস্পতিবাৰে প্ৰকাশ কৰে যে, তেওঁ COVID-১৯ত আক্ৰান্ত হৈছে আৰু কিছু পৰিমাণে মহামাৰীৰ লক্ষণো তেওঁৰ দেহত দেখা দিছে । অলবামাৰ কংগ্ৰেছ প্ৰতিনিধি মণ্ডলৰ দ্বিতীয় ৰিপাব্লিকান সদস্য হোৱাৰ পূৰ্বে তেওঁ মহমাৰীত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰে ।

আনহাতে, ৰাছিয়াৰ প্ৰত্যক্ষ বিনিয়োগ কোষৰ অধ্যক্ষ কিৰিল ডিমিতৃভে কয় যে, ২০২১ চনত ভাৰতে ৰাছিয়ান স্পুটিনিক ভি কৰ'ণা ভাইৰাছ ভেকছিনৰ ৩০০ মিলিয়ন খোৰাক প্ৰস্তুত কৰিব ।

লগতে পঢ়ক:ৱাশ্বিংটনত শীতকালীন ধুমুহাৰ ফলত ৫ জন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.