ETV Bharat / international

11 খনকৈ দ্বিপাক্ষিক বৈঠকৰ আয়োজন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ - আফগান শান্তি প্ৰক্ৰিয়া সম্পৰ্কত খালিলজাদ আৰু জয়শংকৰৰ আলোচনা

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে আয়োজন কৰিছে 11 খনকৈ দ্বিপাক্ষিক বৈঠক ৷ সেই সূত্ৰে ইৰান, বুলগেৰিয়া, তুৰ্কী, নেদাৰলেণ্ডছ, উজবেকিস্তান, তাজিকিস্তান, সংযুক্ত আৰৱ গণৰাজ্য আৰু অন্যান্য চাৰিখন দেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে মিলিত হ'ব জয়শংকৰ ৷

ভাৰতীয় আৰু উজবেকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
author img

By

Published : Sep 24, 2019, 3:10 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 24 ছেপ্টেম্বৰ : ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে আয়োজন কৰিছে 11 খনকৈ দ্বিপাক্ষিক বৈঠক ৷ সেই সূত্ৰে ইৰান, বুলগেৰিয়া, তুৰ্কী, নেদাৰলেণ্ডছ, উজবেকিস্তান, তাজিকিস্তান, সংযুক্ত আৰৱ গণৰাজ্য আৰু অন্যান্য চাৰিখন দেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে মিলিত হ'ব জয়শংকৰ ৷

11 খন দেশেৰে দ্বিপাক্ষিক আলোচনাত জয়শংকৰ

ইয়াৰ পূৰ্বে, আফগান শান্তি প্ৰক্ৰিয়াৰ আমেৰিকাৰ বিশেষ প্ৰতিনিধি জে. খালিলজাদৰ সৈতে আলোচনাত মিলিত হয় এছ. জয়শংকৰ ৷ খালিলজাদ আৰু জয়শংকৰে আফগান শান্তি প্ৰক্ৰিয়া সম্পৰ্কত আলোচনা কৰে ৷

উল্লেখ্য যে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে 11 খনকৈ দেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে ৷

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.