ETV Bharat / entertainment

Parineeti Chopra And Raghav Chadha: বিয়াৰ বাবে ক’ত স্থান বিচাৰিছে পৰিণীতি-ৰাঘৱে ? ক’ত ক’ত কৰিলে ভ্ৰমণ ?

ৰাজস্থানত বিয়াৰ বাবে নিখুঁত স্থান বিচাৰি ব্যস্ত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা (Parineeti Chopra And Raghav Chadha Marriage)।

Parineeti Chopra, Raghav Chadha scouting wedding venue in Rajasthan?
বিয়াৰ বাবে নিখুঁত স্থান বিচাৰি ব্যস্ত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা
author img

By

Published : May 28, 2023, 7:16 PM IST

চিটাৰা ডেস্ক, 28 মে’: বৰ্তমান সময়ত মনোৰঞ্জন জগতৰ লাইমলাইটত আছে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা (Parineeti Chopra And Raghav Chadha Marriage) ৷ শেহতীয়াকৈ আঙঠি পিন্ধোৱা পৰ্বৰ পিচত এতিয়া পুনৰ লাইমলাইটত আছে দুয়ো ৷ দুয়োকে একেলগে এইবাৰ ৰাজস্থানত দেখা গৈছে ৷ দুয়োগৰাকীয়ে এইবাৰ ৰাজস্থান ভ্ৰমণ সন্দৰ্ভত শিৰোনাম দখল কৰিছে। ৰাজস্থানত দুয়োকে একেলগে দেখাৰ পিচতে চলচ্চিত্ৰ মহলত চৰ্চা চলিছে যে পৰিণীতি আৰু ৰাঘৱে বৰ্তমান ৰাজস্থানত বিয়াৰ বাবে স্থান বিচাৰি আছে । অৱশ্যে এই কথা কিমান সঁচা আৰু মিছা এই সন্দৰ্ভত জানো আহক এই প্ৰতিবেদনত ৷

বিয়াৰ বাবে সৰ্বোত্তম ঠাই বিচাৰি পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই প্ৰথমে উদয়পুৰত ভ্ৰমণ কৰিছিল (Parineeti raghav marriage in Rajasthan) । উদয়পুৰক বিবাহৰ বাবে অতি বিশেষ স্থান বুলি গণ্য কৰা হয় । এই কাৰণেই দুয়ো বিয়াৰ স্থান বিচাৰি উদয়পুৰ পালেগৈ (Parineeti Chopra in Rajasthan) ।

কিশনগড় ভ্ৰমণ

উদয়পুৰৰ পাচত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা কিশনগড়লৈ যাত্ৰা কৰে (Raghav Chadha) । কিশনগড়তো এই দম্পতীয়ে বিয়াৰ বাবে স্থান বিচাৰিবলৈ গৈছিল বুলি গ্লেমাৰ জগতখনত চৰ্চা চলিছে। এতিয়া এই দম্পতীয়ে বিয়াৰ বাবে কোনখন ঠাই ভাল পায় সেয়া চাবলৈ আগ্ৰহী অনুৰাগী ।

শেহতীয়াকৈ সম্পন্ন হৈছিল আঙঠি পিন্ধোৱা পৰ্ব

পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ শেহতীয়াকৈ দিল্লীত সম্পন্ন হৈছে আঙঠি পিন্ধোৱা পৰ্ব (Parineeti Chopra)। প্ৰিয়ংকা চোপ্ৰাৰ সৈতে তেওঁলোকৰ আঙঠি পিন্ধোৱা পৰ্ব অনুষ্ঠানত বহু তাৰকা উপস্থিত থাকে । প্ৰিয়ংকা চোপ্ৰাই কুমকুম প্ৰয়োগ কৰি ৰাঘৱ চাড্ডাক আদৰণি জনায়। পৰিণীতি চোপ্ৰাৰ বিবাহৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে পৰিণীতি চোপ্ৰাৰ অনুৰাগী ।

সোনকালে বিবাহপাশত আৱদ্ধ হ’ব ৰাঘৱ-পৰিণীতি

পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই অতি সোনকালেই নিজৰ বিয়াৰ খবৰ অনুৰাগীক দিব পাৰে ৷ এই কাৰণতে দুয়োগৰাকীয়ে সম্প্ৰতি ৰাজস্থানত বিবাহৰ বাবে ঠাই বিচাৰিছে । এতিয়া এই পৰিণীতি আৰু ৰাঘৱৰ বিয়া কেতিয়া হ’ব সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Karisma Kapoor: প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ সৈতে ডিনাৰ ডেটত কৰিশ্মা কাপুৰ; লগত আছিল কন্যা সামাইৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.