ETV Bharat / elections

লতাশিলৰ ভোট কেন্দ্ৰত ভোটাৰৰ নামক লৈ বিসংগতি

নিৰ্বাচনৰ বাবে ভোট দিবলৈ ওলাই আহি নাম নথকাৰ বাবেই লতাশিলৰ ভোট কেন্দ্ৰৰ পৰা উভতি যাব লগা হ'ল বহু কেইজন ভোটাৰ

author img

By

Published : Apr 23, 2019, 1:11 PM IST

লতাশিলৰ ভোট কেন্দ্ৰত ভোটাৰৰ নামক লৈ বিসংগতি

গুৱাহাটী, 23 এপ্ৰিলঃ লতাশিলৰ ভোট কেন্দ্ৰত ভোটাৰৰ নামক লৈ বিসংগতি ৷ ভোটাৰ তালিকাত বহুকেইগৰাকী ভোটাৰৰ নাম নহাক লৈ লতাশিল প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ক্ষুব্ধ হৈ পৰে ভোটাৰ ৷ নিৰ্বাচনৰ বাবে ভোট দিবলৈ ওলাই আহি নাম নথকাৰ বাবেই উভতি যাব লগা হৈছে বহু লোক ।

লগতে ভোটাৰ কাৰ্ডত যি নাম আছে সেই নামৰ বিপৰীতে অন্য নাম থকাৰো অভিযোগ কেন্দ্ৰটোৰ ভোটাৰৰ। কেৱল সেয়াই নহয় ভোটাৰ কাৰ্ডত থকা নাম বেলেগ আৰু ভোট কেন্দ্ৰও বেলেগ হৈছে বুলি আপত্তি কৰে কেন্দ্ৰটোৰ ভোটাৰসকলে ৷

Intro: এইবাৰৰ নিৰ্বাচনত এশ এবুৰি বিসংগতি। কৰবাত যদি EVM মেচিনত বিসংগতি কৰবাত আকৌ ভোটাৰ সকলৰ নামক লৈ বিসংগতি। লতাশিলৰ ভোট কেন্দ্ৰত এইবাৰ ভোটাৰৰ নামক লৈ বিসংগতি। লতাশিল প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত বহু ভোটাৰৰ নাম নহাক লৈ ক্ষুদ্ৰ ভোটাৰ সকল। নিৰ্বাচনৰ বাবে ভোট দিবলৈ ওলাই আহি নাম নথকাৰ বাবে উভতি যাব লগা হৈছে বহু লোক।

Body:লগতে ভোটাৰ কাৰ্ড খনত যি নাম আছে সেই নামৰ ঠাইত আছে অন্য নাম। ভোটাৰ সকলে আপত্তি কৰাৰ মতে নাম বেলেগ আৰু ভোট কেন্দ্ৰ বেলেগ হৈছে । মুঠৰ ওপৰত এশ এবুৰি বিসংগতি।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.