ETV Bharat / elections

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনকলৈ সাজু মাৰ্ঘেৰিটা - প্ৰিজাইডিং আৰু পলিঙ বিষয়া

মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ আৰু নিকাভাৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু আৰক্ষী আৰু প্ৰশাসন, ১,৮৪,০৪০ গৰাকী ভোটাৰে কৰিব ভোটদান

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু মাৰ্ঘেৰিটা
author img

By

Published : Apr 10, 2019, 1:16 PM IST

Updated : Apr 10, 2019, 1:44 PM IST

মাৰ্ঘেৰিটা, ১০ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত । ইতিমধ্যেই নিৰ্বাচনৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী । বুধবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাও। মাৰ্ঘেৰিটাত সম্পূৰ্ণ মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন প্ৰক্ৰিয়া চলাই নিবলৈ সাজু আৰক্ষী তথা প্ৰশাসন । মহকুমাটোত মুঠ ২৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ পুৱাৰে পৰা ই.ভি.এম,ভি.ভি.পি.এ.টি আৰু পলিং সামগ্ৰীসমুহ লৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পলিং বিষয়াসকল । নিৰ্বাচনৰ বাবে মহকুমাটোত নিয়োগ কৰা হৈছে মুঠ ৫৯২৪ জন প্ৰিজাইডিং আৰু পলিং বিষয়া । ১,৮৪,০৪০ গৰাকী ভোটাৰে ভোটদান কৰিবলগা মাৰ্ঘেৰিটা মহকুমাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জনসাধৰণৰ মাজত বৃদ্ধি পাইছে ব্যাপক উৎসাহ,উদ্দীপনা ।

Intro:
লোকসভাৰ নিৰ্বাচনৰ প্ৰথম পয্যায়ৰ ভোটগ্ৰহনৰ বাবে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন সম্পূৰ্ণ ৰূপে সাজু হৈছে।নিৰ্বাচন প্ৰক্ৰিয়া মুক্ত,নিকা আৰু শান্তিপুৰ্ণ ভাবে অনুষ্ঠিত কৰাৰ বাবে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী আৰু প্ৰশাসন সাজু।মহকুমাটোৰ মুঠ ২৪৩ টা ভোটগ্ৰহন কেন্দ্ৰলৈ পুৱাৰে পৰা EVM আৰু VVPAT আৰু পলিঙ সামগ্ৰী সমুহ লৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পলিঙ বিষয়া সকল।মুঠ ৫৯২৪ জন প্ৰিজাইডিং আৰু পলিঙ বিষয়া নিযুক্ত কৰা হৈছে।ডিব্ৰুগড়ৰ মুঠ ৭১টা কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ২৮টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ ৰূপে চিহ্নিত। মাৰ্ঘেৰিটাত মুঠ ভোটাৰ ১৮৪০৪০ গৰাকী।ইয়াৰে ৯৩৮৮৯ পুৰুষ আৰু ৯০১৫১ মহিলা ভোটাৰ আছে।Body:Byte-s.d.o civil
Byte-election officerConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
Last Updated : Apr 10, 2019, 1:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.