ETV Bharat / city

তিনিচুকীয়া চহৰত ভয়ংকৰ অগ্নিকাণ্ড - pallab lochan das

কেইবাটাও বাসগৃহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে জুইত জাহ যায় 6 লক্ষাধিক টকাৰ সা-সামগ্ৰী ৷ হতাহত হোৱা নাই এজনো লোক ৷

ভয়ংকৰ অগ্নিকাণ্ডৰ দৃশ্য
author img

By

Published : Apr 20, 2019, 11:35 PM IST

তিনিচুকীয়া, 20 এপ্ৰিল : তিনিচুকীয়া চহৰৰ মাজমজিয়া লালবাংলাৰ ৰামেশ্বৰ ষ্ট্ৰীলৰ সমীপত শনিবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ৷ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত হোৱা চৰ্ট-চাৰ্কিতৰ ফলত সংঘটিত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত কেইবাটাও বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যোৱাৰ লগতে ক্ষতি হয় 6 লক্ষাধিক টকাৰ সামগ্ৰী ৷ উক্ত অগ্নিকাণ্ডটোত হতাহত হোৱা নাই এজনো লোক ৷ ততাতৈয়াকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ বহু সময়ৰ অন্তত নিৰ্বাপিত কৰে জুই ৷

ভয়ংকৰ অগ্নিকাণ্ডৰ দৃশ্য
ইপিনে ঘটনাস্থলীত মন্ত্ৰী পল্লৱ লোচন দাস আৰু স্থানীয় বিধায়ক সঞ্জয় কিষাণ উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে পৰৱৰ্তী সময়ত ক্ষয় ক্ষতিৰ বুজ লৈ চৰকাৰী ভাৱে ক্ষতিপূৰণ দিয়া হ'ব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

From:- Prasanta Khatowal
Tinsukia

Slug:-A_TSK_20APL_801_HUG_FIRE_PRASANTA_KHATOWAL

STORY:-তিনিচুকীয়া চহৰত ভয়ানক অগ্নিকাণ্ড

OC/VO:-শনিবাৰে সন্ধিয়া তিনিচুকীয়া চহৰৰ মাজমজিয়া লালবাংলাৰ ৰামেশ্বৰ ষ্ট্ৰীলৰ সমীপত এক ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷এখন  ব্যৱসায়িক প্ৰতিষ্ঠানত চৰ্ট চাৰ্কিতৰ ফলত জুইৰ সূত্ৰপাত সংঘটিত হৈ জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চল নিমিষতে আগুৰি ধৰে৷ ততাতৈয়াকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ বহু সময়ৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়৷ অগ্নিকাণ্ডৰ ফলত  কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে কেইবাটাও বাসগৃহ জুইত  জাহ যোৱাৰ লগতে জাহ যায় লক্ষাধিক6 টকাৰ সামগ্ৰী৷ঘটনাৰ বুজ লবলৈ ঘটনাস্থলীত ৰাজ্য চৰকাৰৰ মন্ত্ৰী পল্লৱ লোচন দাসৰ আৰু স্থানীয় বিধায়ক সঞ্জয় কিষান উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে পৰবৰ্তী সময়ত ক্ষয় ক্ষতিৰ বুজ লৈ চৰকাৰী ভাৱে ক্ষতিপূৰণ দিয়া হব বুলিও মন্তব্য কৰে সাংবাদিকৰ আগত৷

Byte:- পল্লবলোচন দাস,মন্ত্ৰী

#তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.