ETV Bharat / city

জাতি প্ৰেমৰ চূড়ান্ত নিৰ্দশন বান্দৰৰ জাকৰ ! - জাতি প্ৰেমৰ চূড়ান্ত নিৰ্দশন

মঙলবাৰে তেজপুৰৰ চান্দমাৰীত বাইকৰ খুণ্ডাত এটা বান্দৰৰ মৃত্যু হোৱাৰ পাছতে অৰ্ধ শতাধিক বান্দৰে ঘটনাস্থলীত উপস্থিত হৈ মৃত বান্দৰটোক আগুৰি ধৰি জাতি প্ৰেমৰ উদাহৰণ দাঙি ধৰে ৷ ঘটনাস্থলীত উপস্থিত ৰাইজে মৃত বান্দৰটোক আগুৰি ৰখা বান্দৰজাকক খেদিবৰ বাবে আতচবাজী ফুটাইও ব্যৰ্থ হয় ৷

বাইকৰ খুন্দাত বান্দৰৰ মৃত্যু
author img

By

Published : Sep 17, 2019, 9:58 PM IST

তেজপুৰ, 17 ছেপ্তেম্বৰ : বৰ্তমান সমাজত মানৱতা ভুলুন্ঠিত হোৱাৰ সময়তে তেজপুৰত বান্দৰৰ এটা জাকে প্ৰদৰ্শন কৰিলে প্ৰেমৰ চূড়ান্ত নিদৰ্শন ৷ মঙলবাৰে তেজপুৰৰ চান্দমাৰীত বাইকৰ খুণ্ডাত এটা বান্দৰৰ মৃত্যু হোৱাৰ পাছতে অৰ্ধ শতাধিক বান্দৰে ঘটনাস্থলীত উপস্থিত হৈ মৃত বান্দৰটোক আগুৰি ধৰি জাতি প্ৰেমৰ উদাহৰণ দাঙি ধৰে ৷ ঘটনাস্থলীত উপস্থিত ৰাইজে মৃত বান্দৰটোক আগুৰি ৰখা বান্দৰজাকক খেদিবৰ বাবে আতচবাজী ফুটাইও ব্যৰ্থ হয় ৷

বান্দৰৰ মৃত্যু, আগুৰি ধৰিলে অন্য বান্দৰৰ জাকে

অৱশেষত ঘটনাস্থলীত অবৈতনিক ওৱাইল্ড লাইফ ৱাৰ্ডেন সৌৰভ বৰকটকী উপস্থিত হৈ মৃত বান্দৰটো উদ্ধাৰ কৰাৰ পাছতহে বান্দৰৰ জাকটোৱে ঘটনাস্থলী ত্যাগ কৰে ৷

Intro:তেজপুৰ,১৭ ছেপ্তেম্বৰ: বৰ্তমান সমাজত মানৱতাৰ ভূলুন্ঠিত হোৱাৰ সময়তে তেজপুৰত কপিকূলে দেখুৱাইছে জাতি প্ৰেমৰ চূড়ান্ত নিদৰ্শন। Body:মঙ্গলবাৰে তেজপুৰৰ চান্দমাৰীত এটা বান্দৰ এখন বাইকৰ খুণ্ডাত মৃত্যু হোৱাৰ পিছত অৰ্দ্ধ শতাধিক বান্দৰ ঘটনাস্হলীত উপস্থিতহৈ মৃত বান্দৰটোক আগুৰি ৰখাৰ দৃশ্যই কপিকূলৰ জাতি প্ৰেমৰ চূড়ান্ত নিদৰ্শন ডাঙি ধৰে। ঘটনাস্হলীত উপস্থিত ৰাইজে মৃত বান্দৰটোক আগুৰি ৰখা বান্দৰ খিনি খেদাৰ কাৰণে আতচ বাজী ফুটাইও ব্যৰ্থ হয়।

Conclusion:পিছত ঘটনাস্হলীত অবৈতনিক ওৱাইল্ড লাইফ ওৱাৰডেন সৌৰভ বৰকটকী উপস্থিত হৈ মৃত বান্দৰটো উদ্ধাৰ কৰাতহে সমবেত কপিকূলে ঘটনাস্হলী ত্যাগ কৰে।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৭/৯/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.