ETV Bharat / city

ইছৰোৰ তথ্যৰ ভিত্তিত সন্ধান চলিছে নিৰুদ্দিষ্ট AN-32 বিমানৰ - AN 32 Gone Missing

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই লাভ কৰা তথ্যৰ ভিত্তিত উদ্ধাৰকাৰী বাহিনীয়ে সন্ধান অব্যাহত ৰাখিছে নিৰুদ্দিষ্ট AN 32 বিমানৰ ৷

AN 32
author img

By

Published : Jun 6, 2019, 8:22 PM IST

Updated : Jun 6, 2019, 8:45 PM IST

তেজপুৰ, 6 জুনঃ সোমবাৰৰ পৰা নিখোজ হৈ থকা ভাৰতীয় বায়ু সেনা বাহিনীৰ জাহাজ AN 32 সন্দৰ্ভত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কিছু তথ্য লাভ কৰিছে ৷ ইছৰোৰ ক্ৰিছাট আৰু ৰিছাট উপগ্ৰহৰ সহযোগত নৌসেনাৰ P 8l বিমানেৰে চলোৱা অভিযানৰ সময়তে চিয়াঙৰ এক দূৰ্গম স্থানত বিশেষ সন্ধান লাভ কৰিছে আৰু ঘটনাস্থলীত বৰ্তমানে বায়ু সেনাৰ দুখন ছুখই SU-30 MKI যুদ্ধবিমানৰ লগতে এখন C-130J বিমানে অভিযান আৰম্ভ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়কঃ ক'ত হেৰাল বায়ুসেনাৰ AN 32ৰ বিমান ?

আনহাতে নিৰুদ্দিষ্ট বিমানখনত থকা এগৰাকী বায়ু সেনাৰ পৰিয়ালৰ লোকে টুইটযোগে প্ৰধানমন্ত্ৰীলৈ অনুৰোধ জনাইছে ৷ টুইটটোত সুশীল চোলাংকি নামৰ এজন লোকে প্ৰয়োজনত আমেৰিকা আৰু চীনৰ সহায় ল'বলৈও অনুৰোধ জনাইছে ৷ আনহাতে বিমান খনৰ পাইলট আশিষ টানোৱাৰৰ পৰিয়ালৰ লোক হাৰিয়ানাৰ গুৰগাওঁৰ পৰা যোৰহাটলৈ বুলি ৰাওনা হোৱাৰ কথা জানিব পৰা গৈছে ৷

  • @PMOIndia @rajnathsingh @IAF_MCC We, families of those onboard missing AN32 are waiting in despair for some outcome, but no results even after 3 days. Please take help from external agencies (US) and China too. Its about precious lives. Its urgent. Please help us.

    — Sushil Solanki (@sushilsolanki) June 6, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, আশিষ টানৱাৰৰ পত্নী সন্ধ্যা টানৱাৰো যোৰহাট বায়ু সেনা ছাউনীত কৰ্মৰত আৰু সন্ধানহীন বিমানখনে উৰা মৰাৰ সময়ত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা স্বামী তথা মুখ্য পাইলট আশিষ টানৱাৰক সেউজ সংকেট প্ৰদান কৰিছিল সন্ধ্যা টানৱাৰে ৷ ইয়াৰ উপৰিও বিমানখনত থকা বায়ু সেনা বাহিনীৰ বিষয়া-জোৱান সকলৰ পৰিয়ালৰ লোক আহি যোৰহাটত উপস্থিত হৈছে ৷

ইচৰ'ৰ তথ্যত অভিযান অৰুনাচলত  নিৰুদিষ্ট বায়ু সেনাৰ AN-32 বিমান 

তেজপুৰ ,০৬ জুন : ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত আজি অভিযান চলায় ,  দুখন চুখয় SU-30 MKI, তিনিখন ALH, এখন C-130J, চাৰিখন MI-17 আৰু সেনাবাহিনীৰ  UAV ৷ পুৱাৰ ভাগত অভিযান আৰম্ভ কৰাৰ পিছত প্ৰতিকূল বতৰৰ বাবে দুপৰীয়া লৈ অভিযান বন্ধ ৰাখিছিল যদিও পিছত পুনৰ যুদ্ধ কালিন অভিযান আৰম্ভ হয় আকাশ মাৰ্গৰে ৷
আজিও অভিযানত সফল হব নোৱাৰিলে ৷ যোৱা সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুনাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ ১৩ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশিলনৰ বাবে গৈছিল আৰু দিনৰ ১২:২৫ যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰামৰাৰ ৩৫ মিনিট পিছত অৰ্থাৎ ১:০০ বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈছিল ৷
ইতিমধ্যে পৰিয়ালৰ হৈ এজন লোক সুশিল শোলাংকি য়ে  টুইটাৰত ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ টুইট যোগে জনাইছে যে উন্নত মানৰ সযুলিৰে চৰকাৰে উদ্ধাৰ অভিযান চলাওক প্ৰয়োজন সাপেক্ষে US, আৰু চীনৰ সহায় লওক এই ক্ষেত্ৰত ৷ ( Follow twite )Scren Shot attachted .

উল্লেযোগ্য যে ইচৰৰ নৌবিভাগৰ উন্নত জাহাজে আহৰন কৰা তথ্য অনুশৰি চিয়াংৰ এক দুৰ্গম স্থানত বিমান খনৰ সন্ধান পোৱা বুলি বায়ুসেনাক অবগত কৰিছে আৰু এই তথ্য ভিত্তিতে অভিযান চলি আছে ৷ বৰ্তমান নিশাৰ অভিযান আৰম্ভ হৈছে চুখয়আৰু C-130 J বিমানেৰে ৷
আনহাতে বিমান খনৰ পাইলট আশিষ টানোৱাৰৰ পৰিয়াল হাৰিয়ানাৰ গুৰগাওঁৰ পৰা যোৰহাটলৈ ৰাওনা হোৱা বুলি এক নিৰ্ভৰযোগ্য সূত্ৰত জানিব পৰা গৈছে ৷
আশিষ টানোৱাৰৰ পত্নী সন্ধ্যা টানোৱাৰ যোৰহাট বায়ু সেনা বাহিনীৰ 
এয়াৰ ট্ৰেফিক কন্ট্ৰলত কৰ্মৰত ,উক্ত দিনা আশিষ মেতুকালে উৰামৰাৰ সময়ত পত্নী সন্ধ্যা টানোৱাৰে সেউজ সংকেট প্ৰদান কৰিছিল ৷
আশিষ এগৰাকী B.Tech বায়ুসেনাত ভৰ্তিহোৱাৰ গুৰগাৱত MNC কৰ্মৰত আছিল আৰু ২০১৩ চনৰ ডিচেম্বৰত বায়ুসেনা বাহিনীত যোগদান কৰে ,আৰু মে'ৰ ২০১৫ ট্ৰেনিং সম্পূৰ্ন কৰি যোৰহাট বায়ু সেনা চাউনিলৈ আহে ৷ আনহাতে সন্ধ্যা  টানোৱাৰ ঘৰ মথুৰাত আৰু ২০১৮ চনত দুয়ো বিবাহ পাশত আবদ্ধ হয় ৷

ইতিমধ্যে বিমানৰ লগত নিৰুদিষ্ট বায়ু সেনাৰ বিষয়া সকলৰ পৰিয়াল বৰ্গ আহি যোৰহাট বায়ুসেনাত অৱস্থান কৰিছে ৷এই তথ্য সদৰী কৰিছে প্ৰতিৰক্ষ্যা মন্ত্ৰনালয়ৰ জনসম্পৰ্কী বিষয়া মেঘালয় স্থিত বায়ু সেনা চাউনীৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিংয়ে ৷ 

Last Updated : Jun 6, 2019, 8:45 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.