ETV Bharat / city

কায়াকল্প শিতানত চতুৰ্থ স্থানত শিৱসাগৰ অসামৰিক চিকিৎসালয় - KAYAKALPA AWARD

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিতানত অসমৰ ২৫খন জিলা অসামৰিক চিকিৎসালয়ৰ ভিতৰত শিৱসাগৰ অসামৰিক চিকিৎসালয়ে লাভ কৰিছে চতুৰ্থ স্থান

শিৱসাগৰ অসামৰিক চিকিৎসালয়
author img

By

Published : Mar 12, 2019, 5:14 PM IST

শিৱসাগৰ,১২মাৰ্চ: পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিতানত অসমৰ ২৫খন জিলা অসামৰিক চিকিৎসালয়ৰ ভিতৰত শিৱসাগৰ অসামৰিক চিকিৎসালয়ে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সাত তৰপীয়া এক পৰ্যৱেক্ষণৰ ভিত্তিত এই বঁটা প্ৰদান কৰিছে ।

কায়াকল্প শিতানত শিৱসাগৰ অসামৰিক চিকিৎসালয়
স্বচ্ছতা, চৌহদ সুৰক্ষা, আন্তঃগাঠনি, পৰিষ্কাৰ সজাগতা, আৱৰ্জনা নিষ্কাষণ আদি বিভিন্ন দিশত শিৱসাগৰ অসামৰিক চিকিৎসালয়ে ৮৪ শতাংশ নম্বৰ লাভ কৰি চতুৰ্থ স্থান লাভ কৰিছে । উল্লেখ্য যে এই বঁটাৰ লগত নগদ ধন লাভ কৰিব শিৱসাগৰ অসামৰিক চিকিৎসালয়ে ।

*কায়াকল্প শিতানত শিৱসাগৰ অসামৰিক চিকিৎসালয় অসমৰ ভিতৰত চতুৰ্থ-পৰিচ্ছন্নতা শিতানত এই বঁটা*
Story-KAYAKALPA
Ananta smith
Sivasagar
12th March

A_SVR_12TH_MAR_801-802_KAYAKALPA_ANANTA

পৰিষ্কাৰ পৰিচ্ছন্নতাৰ শিতানত অসমৰ ২৫খন জিলা অসামৰিক চিকিৎসালয়ৰ ভিতৰত শিৱসাগৰ অসামৰিক চিকিৎসালয়ে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।অসম স্বাস্থ্য বিভাগে সাত তৰপীয়া এক পৰ্যৱেক্ষণৰ ভিত্তিত এই বঁটা প্ৰদান কৰিছে।স্বচ্ছতা, চৌহদ সুৰক্ষা,আন্তঃগাঠনি,পৰিষ্কাৰ সজাগতা,আৱৰ্জনা নিষ্কাষণ আদি বিভিন্ন দিশত শিৱসাগৰ অসামৰিক চিকিৎসালয়ে ৮৪ শতাংশ নম্বৰ লাভ কৰি চতুৰ্থ স্থান লাভ কৰিছে।বঁটাৰ লগত এক বুজন পৰিমাণৰ নগদ ধন লাভ কৰিব শিৱসাগৰ অসামৰিক চিকিৎসালয়ে।চিকিৎসালয়খন পৰিষ্কাৰ কৰি ৰখাত চিকিৎসালয় অধীক্ষক ৰঞ্জিত বৰুৱাই ৰুগী আৰু আত্মীয়ৰ সহযোগিতা কামনা কৰিছে।

Bite-চিকিৎসালয় অধীক্ষক
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.