ETV Bharat / city

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Jun 16, 2020, 9:43 PM IST

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । উক্ত ঘটনাটোত গুৰুতৰভাৱে আহত এজন। আহত লোক জনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে ।

Road Accident At Nagaon
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁও, 16 জুনঃ নগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত এজন লোক ৷ নগাঁৱৰ খুটিকটিয়াত মঙলবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু এখন টাটা চুম'ৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই সংঘটিত হয় উক্ত দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী মটিউৰ ৰহমান । মটিউৰ ৰহমানক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় মটিউৰ ৰহমানক। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে টাটা চুম'খনে । আহত মটিউৰ ৰহমান ঘৰ ধিঙৰ এক নং লাঙিয়াত বুলি জানিবলৈ পোৱা গৈছে ৷

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁৱত পথ দুৰ্ঘটনা। আহত এজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ।

লগতে চাওকঃ ২৫আসন দখলেৰে চৰকাৰ গঠন কৰিব বিজেপিয়ে:পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.