ETV Bharat / city

ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেৰম সন্থাক লৈ ৰাজনীতি কৰাৰ অভিযোগ

অসম কেৰম সন্থাক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৷ অসম কেৰম সন্থাক বিভক্ত কৰা ৰকিবুল হুছেইনৰ নেতৃত্বত গঠিত কেৰম সন্থাটো অবৈধ বুলি অভিযোগ উত্থাপন কৰিছে অসম কেৰম সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ হাজৰিকাই ৷

ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেৰম সন্থাক লৈ ৰাজনীতি কৰাৰ অভিযোগ
author img

By

Published : Sep 9, 2019, 7:36 PM IST

নগাঁও, 9 ছেপ্তেম্বৰ : অসম কেৰম সন্থাক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৷ অসম কেৰম সন্থাক বিভক্ত কৰা ৰকিবুল হুছেইনৰ নেতৃত্বত গঠিত কেৰম সন্থাটো অবৈধ বুলি অভিযোগ উত্থাপন কৰিছে অসম কেৰম সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ হাজৰিকাই ৷

ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেৰম সন্থাক লৈ ৰাজনীতি কৰাৰ অভিযোগ

সোমবাৰে নগাওঁ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আন্তৰাষ্ট্ৰীয় কেৰম খেলুৱৈ সুৰুজ আহমেদৰ লগত এক সংবাদমেলৰ আয়োজন কৰি ৰকিবুলক তীব্ৰ সমালোচনা কৰে প্ৰদীপ হাজৰিকাই ৷ ৰকিবুল হুছেইনে ক্ৰীড়া ক্ষেত্ৰখনকো ৰাজনীতিকৰণ কৰাৰ অভিযোগ তোলে হাজৰিকাই । ইতিমধ্যে 26 আগষ্টত জিতু গোস্বামীক সভাপতি আৰু প্ৰদীপ হাজৰিকাক সম্পাদক হিচাপে লৈ এখন সন্থা গঠন হোৱাৰ পাছতো ৰকিবুলে আন এক নতুন সন্থা গঠন কৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে হাজৰিকাই ৷ এনে অবৈধ সন্থাৰ বিৰুদ্ধে প্ৰয়োজন হ'লে আদালতৰ কাষ চাপিব বুলি হুংকাৰ দিয়ে প্ৰদীপ হাজৰিকাই ৷

Intro:বিভক্ত হল অসম কেৰম সন্থা। ৰকিবুল হুছেইনৰ বিৰুদ্ধে সোচ্চাৰ কেৰম সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক। কেৰম সন্থাক লৈ ৰাজনীতিৰ অভিযোগ ৰকিবুল হুছেইনৰ বিৰুদ্ধে। ৰকিবুল হুছেইনৰ নেতৃত্বত গঠিত সন্থা অবৈধ বুলি দাবী।

Body:অসমৰ ক্ৰীড়া ক্ষেত্ৰতো আৰম্ভ হৈছে নেকি লেতেৰা ৰাজনীতি। দুটা ভাগত বিভক্ত হল অসম কেৰম সন্থা। ৰকিবুল হুছেইনৰ নেতৃত্বত গঠিত কেৰম সন্থা অবৈধ!

হয় ক্ৰীড়া ক্ষেত্ৰতো প্ৰভাৱ পৰিছে ৰাজনীতিৰ। দেওবাৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত গঠন হোৱা অসম কেৰম সন্থা অবৈধ ! এই কথা আমি কোৱা নাই। ৰকিবুল হুছেইনৰ একালৰ অতি ঘনিষ্ঠ তথা অসম কেৰম সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ হাজৰিকাই উত্থাপন কৰিছে এই অভিযোগ। সোমবাৰে নগাওঁ ক্ৰীড়া সন্থাৰ কাৰ্য্যালয়ত আন্তৰাষ্ট্ৰীয় কেৰম খেলুৱৈ সুৰুজ আহমেদক লগত এক সংবাদ মেলৰ আয়োজন কৰি তীব্ৰ কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰী তথা দেওবাৰে গঠিত কেৰম সন্থাৰ সভাপতি ৰকিবুল হুছেইনক। ৰকিবুল হুছেইনে ক্ৰীড়া ক্ষেত্ৰখনকো ৰাজনীতিকৰণ কৰাৰ অভিযোগ অভিযোগ প্ৰদীপ হাজৰিকাৰ। ইতিমধ্যে ২৬ আগষ্টত জিতু গোস্বামীক সভাপতি আৰু প্ৰদীপ হাজাৰিকাক সম্পাদক হিচাপে লৈ গঠন কৰা বুলিও উল্লেখ কৰে প্ৰদীপ হাজৰিকাই।
bite,
vo. এখন কমিটি গঠন কৰাৰ পিছত ৰকিবুল হুছেইন সভাপতি হৈ গঠন কৰা অসম কেৰম সন্থাৰ বিৰুদ্ধে প্ৰয়োজনত ন্যায়ালয়ৰ কাষ চাপিব বুলিও হুংকাৰ প্ৰদীপ হাজৰিকাৰ।
bite

Conclusion:ইপিনে নগাঁৱতে অসম কেৰম সন্থাৰ প্ৰথম কমিটি গঠন হোৱা বুলি উল্লেখ কৰি প্ৰদীপ হাজৰিকাই বৰ্ণনা দিলে অসম কেৰম সন্থাৰ ইতিহাসৰ।
bite
---- -------- ---------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
৯-৯-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.