ETV Bharat / city

বজাৰত বৃদ্ধি পালে ছাগলীৰ মূল্য

১২ আগষ্টত ৰাজ্যজুৰি পালন কৰা হ'ব ঈদ ৷ এই ঈদৰ বাবেই বজাৰত বৃদ্ধি পাইছে ছাগলীৰ মূল্য ৷

author img

By

Published : Aug 10, 2019, 2:35 PM IST

বজাৰত বৃদ্ধি পালে ছাগলীৰ মূল্য

গুৱাহাটী,10আগষ্ট : পবিত্ৰ ঈদ-উজ-জোহালৈ মাজত মাত্ৰ দুটা দিন ৷ এই ঈদ-উজ-জোহাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত বৃদ্ধি পাইছে উৎসাহ আৰু উদ্দীপনা ৷ ঈদ-উজ-জোহা উপলক্ষে ভৰলুমুখস্থিত দৈনিক বজাৰত ভিৰ কৰিছেহি অগণন ক্ৰেতাই ৷ এই ঈদ-উজ-জোহাৰ গইনা লৈ কিছু সংখ্যক অসাধু ব্যৱসায়ীয়ে আকৌ বৃদ্ধি কৰিছে ছাগলীৰ মূল্য ৷ বহি:ৰাজ্যৰ পৰা অনা ছাগলী গুৱাহাটীৰ বজাৰত বিক্ৰী হয় ৪৫ হাজাৰ টকাত ৷ ইফালে মৰিগাঁও জিলাতো বৃদ্ধি পায় ছাগলীৰ মূল্য ৷ ৬৫ হাজাৰ টকালৈ বৃদ্ধি পায় ছাগলীৰ মূল্য ৷ ছাগলীৰ এই আকাশলংঘী মূল্যই এতিয়া চিন্তিত কৰি তুলিছে সাধৰণ জনতাক ৷

Intro:গুৱাহাটীৰ বজাৰত কেবা হাজাৰ টকীয়া ছাগলী

Body:ঈদ-উজ-জোহালৈ মাজত মাথোঁ এটা দিন। ইয়াকে লৈ সমগ্ৰ ৰাজ্যত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যপক উৎসাহ-উদ্দীপনা। ইফালে ঈদ উপলক্ষে ভৰলুমুখস্থিত দৈনিক বজাৰত বেপাৰীসকলে কৰা আকাশলঙ্ঘী মূল্যই চিন্তিত কৰি তুলিছে গ্ৰাহকসকলক।

শনিবাৰে পুৱাই ভৰলুমুখস্থিত দৈনিক বজাৰত কুৰবাণীৰ বহি:ৰাজ্যৰ পৰা অনা ছাগলী ক্ৰয় কৰিবলৈ অজস্ৰ লোক ভিৰ কৰা পৰিলক্ষিত হয়। বহি:ৰাজ্যৰ পৰা অনা ছাগলীৰ মূল্য ৪৫ হাজাৰ টকালৈ বিক্ৰী হৈছে। ইফালে মৰিগাঁও জিলাৰ এজন বেপাৰীয়ে ৬৫ হাজাৰ টকালৈ এটা ছাগলী বিক্ৰী কৰাৰ যো-জা চলাই আছে।

ঈদৰ বজাৰত এতিয়া গ্ৰাহক ৰাইজক মাধমাৰ শোধাবলৈ বেপাৰী সকল নামি পৰিছে আকাশলঙ্ঘী দৰ-দাম কৰিবলৈ। এইবেলি ছাগলীৰ মূল্য যথেষ্ট বৃদ্ধি পোৱাত গ্ৰাহকসকলক চিন্তিত হৈ বিমুখ মনেৰে ঘৰলৈ উভতি যাবলগীয়া হৈছে।

উল্লেখযোগ্য যে অহা ১২ আগষ্টত ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিব ঈদ-উজ-জোহা। ইয়াকে লৈ এতিয়া গুৱাহাটীৰ বজাৰত কেবা হাজাৰ টকীয়া ছাগলীৰ আকাশলঙ্ঘী মূল্য।

byte: গ্ৰাহক, ছাগলী বিক্রেতা

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.