আজাৰা,৭জুলাই : ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে । ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ প্ৰায় 49 গৰাকী লোকৰ মৃত্যু হৈছে । দেওবাৰে পলাশবাৰীৰ বজাৰাপাৰাত পুনৰ এগৰাকী যুৱতীৰ মৃত্যু হয় । যুৱতীগৰাকীৰ নাম মিনতি দাস । যুৱতীগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আমিনগাঁওস্থিত GNRCত চিকিৎসাধীন হৈ থকাৰ সময়তে দেওবাৰে যুৱতীগৰাকীৰ মৃত্যু হয় । ইফালে, যুৱতীগৰাকীৰ মৃত্যুৰ পাছতেই সমগ্ৰ পলাশবাৰীত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ যুৱতীৰ মৃত্যু - KAMRUP
পলাশবাৰীৰ বজাৰাপাৰাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী যুৱতীৰ মৃত্যু হয় ৷
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ যুৱতীৰ মৃত্যু
আজাৰা,৭জুলাই : ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে । ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ প্ৰায় 49 গৰাকী লোকৰ মৃত্যু হৈছে । দেওবাৰে পলাশবাৰীৰ বজাৰাপাৰাত পুনৰ এগৰাকী যুৱতীৰ মৃত্যু হয় । যুৱতীগৰাকীৰ নাম মিনতি দাস । যুৱতীগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আমিনগাঁওস্থিত GNRCত চিকিৎসাধীন হৈ থকাৰ সময়তে দেওবাৰে যুৱতীগৰাকীৰ মৃত্যু হয় । ইফালে, যুৱতীগৰাকীৰ মৃত্যুৰ পাছতেই সমগ্ৰ পলাশবাৰীত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।
Intro:ৰাজ্যত জাপানীজ এনকেফেলাইটিজত পুনৰ মৃত্যু পলাশবাৰীৰ এগৰাকী লোকৰ ।Body:Ocvo..ৰাজ্যত জাপানীজ এনকেফেলাইটিজে সংহাৰী ৰূপ ধাৰন কৰিছে যাৰ বাবে ইতিমধ্যে ৰাজ্যত হাই এলাৰ্ট ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে । উজনিত বহুতো লোকৰ মৃত্যুৰ পিছত এইবাৰ দক্ষিণ কামৰূপতো মৃত্যু এগৰাকীৰ ।পলাশবাৰীৰ বজাৰাপাৰা মিনতি দাস নামৰ এগৰাকী যুৱতীৰ মৃত্যু । জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ কেইদিনমান ধৰি আমিনগাওস্থিত GNRCত চিকিৎসাধীন হৈ আছিল যুৱতীগৰাকী । আজি দুপৰীয়া মৃত্যুক আকোৱালি লয় যুৱতীগৰাকীয়ে । Conclusion:পলাশবাৰীত পুৰ্বে নোহোৱা এই ৰোগৰ ফলত গাওবাসীৰ মাজত এতিয়া বিৰাজ কৰিছে এক আতংকৰ ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
Last Updated : Jul 7, 2019, 9:15 PM IST