ETV Bharat / city

আমিনগাঁও, জালুকবাৰীত তীব্ৰ যান-জঁট ; ঘণ্টা ঘণ্টা ধৰি আৱদ্ধ শ শ বাহন

author img

By

Published : Jun 27, 2020, 6:26 PM IST

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলন। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । যাৰ বাবে বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ সমগ্ৰ পথচোৱা । ফলত আমিনগাঁৱকে ধৰি জালুকবাৰীত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ ৷ ঘণ্টা ঘণ্টা ধৰি আৱদ্ধ হৈ পৰিছে শ শ বাহন ৷

huge-traffic-in-jalukbari due to landslide
মহানগৰীৰ আমিনগাঁও, জালুকবাৰীত তীব্ৰ যান-জঁট

গুৱাহাটী,২৭জুন: নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলন । উত্তৰ গুৱাহাটীৰ গৌৰীপুৰতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । যাৰ বাবে বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ সমগ্ৰ পথচোৱা । ফলত আমিনগাঁৱকে ধৰি জালুকবাৰীত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ ৷ ঘণ্টা ঘণ্টা ধৰি আৱদ্ধ হৈ পৰিছে শ শ যান-বাহন ।

এতিয়া জালুকবাৰীতে ৰাখি দিয়া হৈছে পথটোৰে যাবলগীয়া সকলো ট্ৰাক, যাত্ৰীবাহী বাহন । ফলত ঘণ্টা-ঘণ্টা ধৰি তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে জালুকবাৰীৰ সমগ্ৰ পথচোৱাত।

উল্লেখ্য যে, বৰ্তমানেওঁ সম্পূৰ্ণৰূপে মুকলি হোৱা নাই ভূমিস্খলনৰ বাবে ক্ষতিগ্ৰস্ত গৌৰিপুৰৰ সমগ্ৰ পথচোৱা । পথচোৱা মুকলিৰ পিছতহে আৱদ্ধ হৈ থকা ট্ৰাকসমূহ যাবলৈ দিয়া হ'ব বুলি জানিবলৈ দিলে মহানগৰ যান-বাহন নিয়ন্ত্ৰন শাখাৰ আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.