নিউজ ডেস্ক, 24 এপ্ৰিল: সমগ্ৰ দেশৰ লগত অসমতো অব্য়াহত আছে লক ডাউন ৷ লক ডাউনৰ সময়ছোৱাত অসাধু ব্যৱসায়ীয়ে যাতে গ্ৰাহকৰ পৰা খাদ্য-সামগ্ৰীৰ অতিৰিক্ত দাম ল'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য আৰু অসামৰিক যোগান বিভাগে গুৱাহাটী,ডিব্ৰুগড় আৰু যোৰহাটৰ খাদ্য সামগ্ৰী আৰু পাচলিৰ খুচুৰা আৰু পাইকাৰী দৰ নিৰ্ধাৰণ কৰি দিছে ৷
সকলো খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীয়ে এই নিৰ্ধাৰিত দামতে বিক্ৰী কৰিব লাগিব অত্যাৱশ্যকীয় সামগ্ৰী ৷
লগতে পঢ়ক : কৰ্মসূত্ৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ লোকসকলৰ বাবে সুখবৰ