ETV Bharat / city

কৰ'ণাত আক্ৰান্ত মহানগৰীত এজন CISF জোৱান

মহানগৰী গুৱাহাটীত এজন CISF জোৱানৰ দেহত Covid-19 ৰ অৱস্থিতি ধৰা পৰিছে ৷ আক্ৰান্ত জোৱানজন হৰেন্দ্ৰ সিং (30) বুলি জানিব পৰা গৈছে ৷

author img

By

Published : Jun 12, 2020, 10:44 AM IST

COVID-19 positive CISF jawan in Guwahati
কৰ'ণাত আক্ৰান্ত মহানগৰীত এজন CISF জোৱান

গুৱাহাটী, 12 জুন : মহানগৰী গুৱাহাটীত এজন CISF জোৱানৰ দেহত Covid-19 ৰ অৱস্থিতি ধৰা পৰিছে ৷ আক্ৰান্ত জোৱানজন হৰেন্দ্ৰ সিং (30) বুলি জানিব পৰা গৈছে ৷ নুনমাটি চেক্টৰ 3 ৰ CISF ৰ কেম্পত কৰ্মৰত আছিল আক্ৰান্ত জোৱানজন ।

যোৱা 7 জুনত দিল্লীৰ পৰা আহিছিল আক্ৰান্ত জোৱানজন । দিল্লীৰ পৰা আহিয়েই যোৱা 7 জুনৰ পৰা নুনমাটিৰ CISF ৰ কেম্পত কোৱাৰান্টাইন হৈ আছিল হৰেন্দ্ৰ সিঙে । স্বাৱ টেষ্টত জোৱানজনৰ দেহত মাৰাত্মক Covid-19 ধৰা পৰাৰ পাচতে তেওঁক জিএমচিএইচত ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক : শিৱসাগৰৰ দিখৌ নৈত মৃতদেহ প্ৰত্যক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.