ETV Bharat / city

কটন বিশ্ববিদ্যালয়ত পালন কাতি বিহু - কটন বিশ্ববিদ্যালয়

সমগ্ৰ ৰাজ্যৰ লগতে বেচৰকাৰী সংস্থা সমলয়ৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ গনসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত পালন কৰা হয় কাতি বিহু ।

কটন বিশ্ববিদ্যালয়ত পালন কাতি বিহু
author img

By

Published : Oct 19, 2019, 5:22 AM IST

Updated : Oct 19, 2019, 4:53 PM IST

গুৱাহাটী, 18 অক্টোবৰঃ আহিনৰ আঁৰে আঁৰে শেৱালীৰ সুবাসত গাঁৱৰ কেঁচা মাটিৰ সুবাসত অসমীয়াই পালন কৰিলে কঙালী বিহু ৷ সমগ্ৰ ৰাজ্যৰ লগতে বেচৰকাৰী সংস্থা সমলয়ৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ গনসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত পালন কৰা হয় কাতি বিহু । সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ চৌহদত পালন কৰা হয় অসমীয়াৰ জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষক সেউজীয়া প্ৰকৃতিৰ কাতি বিহু ৷ বিভাগৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকল তথা সমলয়ৰ সদস্য সকলে একত্ৰিত হৈ আকাশবন্তি জ্বলোৱাৰ লগতে মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰি তোলে সমগ্ৰ চৌহদ ৷ ব্যস্ততাপূৰ্ণ যান্ত্ৰিক মহানগৰীতো এইদৰেই পালন কৰা হয় কঙালী বিহু ৷

কটন বিশ্ববিদ্যালয়ত কাতি বিহু উদযাপন

Intro: বেচৰকাৰী সংস্থা সমলয়ৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ গনসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত পালন কৰা হয় কাতি বিহু।Body:সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ চৌহদত পালন কৰা হয় অসমীয়াৰ হেঁপাহৰ বিহুটি।বিভাগৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকল তথা সমলয়ৰ সদস্য সকলে একত্ৰিত হৈ জ্বলাই আকাশবন্তী।মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰি তোলে সমগ্ৰ চৌহদ।
Bite- উপ সাধাৰণ সম্পাদক।Conclusion:যান্ত্ৰীকতাৰ যুগটো ব্যস্ততাপূৰ্ণ মহানগৰীত এইদৰে উদযাপন কৰে কঙালী বিহুটি।
Last Updated : Oct 19, 2019, 4:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.