ETV Bharat / city

জীতেন্দ্ৰ সিঙৰ উপস্থিতিত গুৱাহাটীত কংগ্ৰেছৰ সাংগঠনিক পৰ্যালোচনা বৈঠক - APCC President Bhupen Kumar Bora

বৃহস্পতিবাৰে গুৱাহাটী ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ (All India Congress Committee) সাধাৰণ সম্পাদক তথা কমিটিৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হয় এখন সাংগঠনিক বৈঠক (AICC holds review meeting) ।

All India Congress Committee holds organizational meetings in Guwahati
জীতেন্দ্ৰ সিঙৰ উপস্থিতিত গুৱাহাটীত কংগ্ৰেছৰ সাংগঠনিক পৰ্যালোচনা বৈঠক
author img

By

Published : Sep 15, 2022, 7:51 PM IST

গুৱাহাটী, 15 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে গুৱাহাটী ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ (All India Congress Committee) সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত এখন সাংগঠনিক বৈঠক অনুষ্ঠিত হয় (AICC holds review meeting) ।

all-india-congress-committee-holds-organizational-meetings-in-guwahati
জীতেন্দ্ৰ সিঙৰ উপস্থিতিত গুৱাহাটীত কংগ্ৰেছৰ সাংগঠনিক পৰ্যালোচনা বৈঠক

বৈঠকত তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা (APCC President Bhupen Kumar Bora) , নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথেৰ লগতে বিকাশ উপাধ্যায়, অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া (Leader of opposition Debabrata Saikia) , প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী উপস্থিত থাকি দলৰ সাংগঠনিক দিশৰ ওপৰত পৰ্যালোচনা কৰে ৷

  • Participated in organizational meetings with DCC Presidents, Incharges and Office Bearers of various districts of Assam State at Guwahati. pic.twitter.com/0bhZfFwtAx

    — Jitendra Singh Alwar (@JitendraSAlwar) September 15, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে জাকিৰ হুছেইন শিকদাৰ, কমলাক্ষ দে' পূৰকায়স্থও বৈঠকত উপস্থিত থাকি ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি আৰু জিলা কংগ্ৰেছৰ তত্বাৱধায়কৰ সৈতে দলৰ সাংগঠনিক দিশৰ ওপৰত পৰ্যালোচনা কৰে । বৈঠকত উপস্থিত থাকি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ উদ্যোগত দেশজুৰি চলি থকা ‘ভাৰত জোড়ো যাত্ৰা’ৰ বিষয়ে আলোচনা কৰিবলৈ বহুকেইজন বিশিষ্ট ব্যক্তি ৰাজীৱ ভৱনত উপস্থিত হ’ব বুলি জনায় ৷

এইসকল হ’ল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতা, সাংসদ তথা ভাৰত জোড়ো যাত্ৰা’ (Bharat Jodo Yatra) সমিতিৰ অধ্যক্ষ দিগ্বিজয় সিং, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মিডিয়া আৰু কমিউনিকেছন বিভাগৰ অধ্যক্ষ তথা সাংসদ জয়ৰাম ৰমেশ বুলি জানিবলৈ দিয়ে । তেওঁলোকে দলৰ সাংগঠনিক দিশৰ ওপৰত পৰ্যালোচনা কৰিব ।

লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰৰ জনজাতিকৰণৰ সিদ্ধান্তক লৈ উত্তপ্ত মৰাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.