ETV Bharat / city

মহানগৰীত আছু-নেছ'ৰ সংবাদমেল - আছু

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বৃহস্পতিবাৰে মহানগৰীত সংবাদমেল সম্বোধন কৰে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই ।

আছুৰ সংবাদমেল
author img

By

Published : Feb 14, 2019, 10:36 PM IST

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে আছুসহ উত্তৰ পূবৰ ৩০টা সংগঠনৰ ঐক্যবদ্ধ সংবাদমেল অনুষ্ঠিত হৈ যায় গুৱাহাটীত ।

etvbharat
আছুৰ সংবাদমেল
সংবাদমেলত অংশগ্ৰহণ কৰে অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচলৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে শ্বহীদ ন্যাসত আছুৰ উদ্যোগত অনুষ্ঠিত হৈ যায় সংবাদমেলখন ।
undefined

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ, ৰাজনৈতিক দল আৰু জাতীয় সংগঠনসমূহক ধন্যবাদ জ্ঞাপন কৰে আছুৰ উপদেষ্টাগৰাকীয়ে । আনহাতে চৰকাৰৰ জাতিবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে অনাগত দিনত ইয়াতকৈয়ো অধিক জোৰদাৰ সংগ্ৰাম চলাই নিয়া হ'ব বুলি উল্লেখ কৰে ভট্টাচাৰ্যই ।

Intro:AASU লগতে 7 খন ৰাজ্য আৰু অসমৰ 30 তা সংগঠনৰ ঐক্য বদ্ধ সংবাদমেল। সংবাদ মেলত ত্ৰিপুৰা , মিজোৰাম , অৰুণাচল প্ৰদেশৰ সংগঠনৰ লোক সকলক চিনাকি কৰাই সংবাদমেল পাতে শ্বহীদ ন্যাসত আছু য়ে।
অসমৰ ৰাইজ, ৰাজনৈতিক দল আৰু সংগঠন সমূহক ধন্যবাদ জ্ঞাপন নেছ আছু আৰু 30 তা সংগঠনৰ।

Body:সমুজ্জল ভট্টাচাৰ্য্য
এই ফলাফলক শক্তি হিচাপে লৈ খিলঞ্জীয়া লোকে অপ শক্তি সমূহক প্ৰতিহত কৰিব লাগিব।আন্দোলন নকৰিলে অসমে একো নাপায়।
ৰাইজক প্ৰত্যহ্বান জনাই এই বিল অনাৰ কথা কৈছে ৰাজ্য চৰকাৰে।কিন্তু বিল আনিলে আন্দোলন হব ।
ৰাইজক প্ৰত্যহ্বান জনালে পৰিণাম ভয়াৱহ হব। সংগ্ৰাম চলি থাকিব।
গাঁৱে গাঁৱে সভা পাতি ৰাইজ ক বুজোৱা হব যে শংকা আঁতৰ নাই।
অসমক দ্বিতীয় ত্ৰিপুৰা হব দিব নোৱাৰো।
অসমৰ মুখ্যমন্ত্ৰী যে বাংলাদেশী ৰক্ষকৰ ভূমিকা লৈছে।
সত্ৰৰ মাটি বেদখল হৈ আছে যদি উচ্ছেদ নকৰে কিয়।
শেষ মুহূৰ্তত লৈ অসমৰ ৰাইজে ভাবিছিল মুখ্যমন্ত্ৰী য়ে ৰাইজৰ পক্ষত কব কিন্তু একো নকলে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.