ETV Bharat / city

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কৰ’ণাৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী - ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ১৮-৪৪ বছৰ বয়সৰ ব্যক্তিক দিয়া হৈছে কৰ’ণাৰ প্ৰতিষেধক ৷ পঞ্জীয়ন কৰা ব্যক্তিকহে প্ৰদান কৰা হৈছে কৰ’ণাৰ প্ৰতিষেধক ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কৰ’ণাৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

author img

By

Published : May 11, 2021, 10:58 PM IST

মৰাণ,11 মে': ক'ভিড-19 ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ ১৮-৪৪ বছৰ বয়সৰ ব্যক্তিসকলক ক'ভিড ১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হয় ৷ জিলাখনৰ বিভিন্ন স্থান আৰু কেন্দ্ৰসমূহত দৈনিক প্ৰদান কৰি থকা হৈছে কৰ’ণাৰ প্ৰতিষেধক ৷

মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ক'ভিড ১৯ ৰ প্ৰতিষেধক কেন্দ্ৰত উক্ত বয়সৰ লোকসকলক প্ৰদান কৰা হয় । পুৱা ভাগৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় কেন্দ্ৰত 18 ৰ ঊৰ্দ্ধৰ লোকসকলক প্ৰতিষেধক ল'বলৈ ক'ভিড নীতি-নিয়ম পালন কৰি শাৰী পতা দেখা গ'ল । কৰ’ণাৰ নীতি-নিৰ্দেশনা অনুসৰি সকলো উপস্থিত হৈ পঞ্জীয়ন কৰা অনুসৰি গ্ৰহণ কৰিছে প্ৰতিষেধক ৷

লগতে পঢ়ক : কৰ’ণা বিৰোধী পদক্ষেপ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ প্ৰশ্ন ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.