ETV Bharat / city

আজিৰ পৰা সাত দিনৰ পাছত নিৰ্বাচন পাতিলেও সাজু বিজেপি : প্ৰশান্ত ফুকন

নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ প্ৰথমটো প্ৰতিক্ৰিয়া ৷ আজিৰ পৰা সাত দিনৰ পাছতো নিৰ্বাচন পাতিলে বিজেপি দল সাজু বুলি মন্তব্য প্ৰশান্ত ফুকনৰ ৷

author img

By

Published : Feb 26, 2021, 11:02 PM IST

নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত প্ৰশান্ত ফুকনৰ প্ৰতিক্ৰিয়া

ডিব্ৰুগড়, 26 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ প্ৰথমটো প্ৰতিক্ৰিয়া ৷ আজিৰ পৰা যদি সাত দিন পাছতো নিৰ্বাচন পাতিলে বিজেপি সাজু হৈ আছে বুলি কয় প্ৰশান্ত ফুকনে ৷ লগতে তেওঁ কয় যে, নিৰ্বাচন সোনকালে হোৱাটো ভাৰতীয় জনতা পাৰ্টিৰ বাবে ভাল খবৰ ৷

এই ধৰণে আমি এটা সুন্দৰ পৰিৱেশত আগবাঢ়ি যাব পাৰিম বুলি ভাবিছো ৷ বিজেপিৰ নিৰ্বাচনৰ প্ৰস্তুতি সুন্দৰভাৱে চলি আছে বুলি উল্লেখ কৰি প্ৰশান্ত ফুকনে কয়, বুথ পৰ্যায়ৰ পৰা ঘৰে ঘৰে গৈ পৰিয়াল সম্পৰ্ক কাৰ্যসূচী সম্পাদন কৰা হৈ গৈছে ৷ সমষ্টিয়ে সমষ্টিয়ে সোমোৱাৰ চেষ্টা কৰা হৈছে ৷ বিজেপিয়ে প্ৰত্যেক বুথত একেলগে 50 ঘৰ মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ বাবে 169 টা চেন্টাৰত প্ৰত্যেকেই সম্পৰ্ক কৰিছে বুলি জানিবলৈ দিয়ে ডিব্ৰুগড় সমষ্টিৰ জ্যেষ্ঠ বিধায়ক ফুকনে ৷

লগতে পঢ়ক : বহু প্ৰতীক্ষাৰ অন্ত পেলাই ঘোষণা হ'ল নিৰ্বাচনৰ দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.