ETV Bharat / city

"সামাজিক উত্তৰণৰ একাঁজলী চিন্তা" গ্ৰন্থৰ উন্মোচন - ডিব্ৰুগড়

কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত লেখক নৰেন দাসৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান ৷ সভাত উপস্থিত বিশিষ্ট নাট্যকাৰ মুনিন শৰ্মা ৷

"সামাজিক উত্তৰণৰ একাঁজলী চিন্তা" গ্ৰন্থৰ উন্মোচন

author img

By

Published : Apr 25, 2021, 8:23 PM IST

ডিব্ৰুগড় , 25 এপ্ৰিল : দেওবাৰে ডিব্ৰুগড় জিলাৰ কানৈ মহাবিদ্যালয়ৰ "শংকৰদেৱ" প্ৰেক্ষাগৃহত ক’ভিড-19 ৰ চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে "সামাজিক উত্তৰণৰ একাঁজলী চিন্তা" নামৰ প্ৰৱন্ধ সংকলনৰ উন্মোচন হয় ।

ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ চেতিয়াৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখনি উন্মোচন কৰে কানৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক আৰু অসমৰ প্ৰগতিশীল চিন্তাধাৰাৰ নাট্যকাৰ মুনিন শৰ্মাই ।

"সামাজিক উত্তৰণৰ একাঁজলী চিন্তা" গ্ৰন্থৰ উন্মোচন

সভাৰ আদৰণী ভাষণ প্ৰদান কৰে বিশিষ্ট লেখক নৰেন দাসে । সভাখনত অসমৰ ৰাইজক গ্ৰন্থ পঢ়াৰ আগ্ৰহ গঢ়ি তুলিবলৈ আহ্বান জনাই গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে থকা গৱেষক, লেখক, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শশীকান্ত শইকীয়াই ।

লগতে পঢ়ক : উদ্ধাৰৰ পিছতে সংবাদ মাধ্যমক সম্বোধন অ’এনজিচি কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.