ETV Bharat / city

বিলাসীপাৰাবাসীৰ বাবে সুখবৰ ! - বিলাসীপাৰা ৰেল ষ্টেচন

বিলাসীপাৰা ৰেলৱে ষ্টেচনৰ পৰা শিলিগুড়িলৈ চলিল প্ৰথমখন ৰেল

বিলাসীপাৰাৰ পৰা শিলিগুড়িলৈ প্ৰথমখন ৰেল
author img

By

Published : Mar 27, 2019, 5:31 PM IST

বিলাসীপাৰা, 27 মাৰ্চ : নিউ ময়নাগুৰী-যোগীঘোপা সংযোগী ৰেলপথৰ বিলাসীপাৰাৰ নৱ নিৰ্মিত ৰেল ষ্টেচনৰ পৰা বুধবাৰে চলিল প্ৰথমখন ৰেল | বিলাসীপাৰা আস্থানৰ পৰা শিলিগুড়িলৈ পৰীক্ষণমূলকভাৱে চলোৱা হয় প্ৰথমখন ৰেল | ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়াই উদ্বোধন কৰা ৰেলখনে বিলাসীপাৰাৰ পৰা যাত্ৰা কৰে শিলিগুড়িলৈ ৷ ইপিনে দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাত আত্মাহাৰা হৈ পৰা বিলাসীপাৰাবাসীয়ে প্ৰথমখন ৰেলৰ চলাচল চাবলৈ পুৱাই উপস্থিত হয় ষ্টেচনটোত ৷

Intro:বিলাসীপাৰা বাসীৰ বাবে সুখবৰ | বিলাসীপাৰাৰ ইতিহাসত নৱতম সংযোজন |নিউ ময়নাগুৰী-যোগীঘোপা সংযোগী ৰেলপথৰ বিলাসীপাৰাস্থিত নৱ নিৰ্মিত ৰেল আস্থানৰ পৰা আজি চলিল প্ৰথম খন ৰেল |Body:বিলাসীপাৰা আস্থানৰ পৰা শিলিগুৰি লৈ পৰীক্ষণ মূলক ৰেলৰ চলাচল | বিভাগীয় উচ্চ পৰ্যায়ৰ বিষয়াই উদ্ধোধন কৰে ৰেল চলাচলৰ | ৰেল চলাচল চাবলৈ বিলাসীপাৰা আস্থানত ৰাতিপুৱাৰে পৰা সোঁত বৈছে হাজাৰ হাজাৰ উৎসুক জনতাৰ |Conclusion:বিলাসীপাৰাবাসীৰ দীৰ্ঘ দিনীয়া দাবীৰ প্ৰতি সমৰ্থন জনাই তদানীন্তন ৰেল মন্ত্ৰী গৰাকীৰ প্ৰচেষ্টাত ৰেল চলাচলৰ বাবে খুচিত আত্মহাৰা হৈ পৰে অঞ্চলবাসী | বিলাসীপাৰা বাসীৰ বাবে আজিৰ দিনটো ঐতিহ্যপূৰ্ণ দিন হিচাবে বিবেচিত হৈছে |
Bite 1. স্থানীয় নাগৰিক |

বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ৰিপৰ্ট
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.