ETV Bharat / business

সামান্য হ্ৰাস পালে পেট্ৰলৰ মূল্য, উৰ্দ্ধগামী ডিজেলৰ মূল্য

শুকুৰবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত পেট্ৰ'ল মূল্য ৭০.৫৮ টকা আৰু ডিজেল মূল্য ৬৬.৩৯ টকা ।

author img

By

Published : May 17, 2019, 10:45 AM IST

Updated : May 18, 2019, 12:13 PM IST

হ্ৰাস পালে পনীয়া সোণৰ মূল্য

গুৱাহাটী, ১৬ মেঃ আজি হ্ৰাস পালে পনীয়া সোণৰ মূল্য ।

হ্ৰাস পালে পনীয়া সোণৰ মূল্য । গুৱাহাটীৰ মহানগৰীত পেট্ৰ'ল ৭০.৫৮ টকা আৰু ডিজেল ৬৬.৩৪ (66.39) টকা । সঘনাই বৃদ্ধি পোৱা পেট্ৰ'ল-ডিজেলৰ মূল্যই জ্বলা-কলা খোৱাইছে সাধাৰণ গ্ৰাহকক । ইয়াকলৈ যেন কোনো নিয়ন্ত্ৰণ নাই কেন্দ্ৰীয় চৰকাৰৰ । কিন্তু ইয়াৰ বিপৰীতে আজি প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ০8 পইছাকৈ হ্ৰাস আৰু ডিজেলত বৃদ্ধি পালে ০৫ পইছা বুলি জানিব পৰা গৈছে ।

হ্ৰাস পালে পনীয়া সোণৰ মূল্য

লগতে আন এটা বাতৰি- মিছা প্ৰলোভনেৰে বিবাহ আৰু তাৰ পাচত চৰম প্ৰতাৰণা

Intro:আজি পেট্ৰলৰ মূল্য হ্ৰাস, ডিজেলৰ মূল্য বৃদ্ধি

Body:আজি পেট্ৰলৰ হ্ৰাস পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য বৃদ্ধি পালে।। আজি পেট্ৰলত ০৮ পাইছা হ্ৰাস পালে আৰু ডিজেলত ০৫ পইছাকৈ বৃদ্ধি পালে। আজি গুৱাহাটীৰ মহানগৰীত পেট্ৰল ৭০. ৫৮ (70.58) টকা আৰু ডিজেলৰ মূল্য ৬৬.৩৯ (66.39) টকা।

Conclusion:Asrar Ansari
গুৱাহাটী
Last Updated : May 18, 2019, 12:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.