নিউজ ডেস্ক, 30 জুনঃ সাধাৰন বাজেটৰ ওপৰত সদনত আলোচনা আৰম্ভ হ'ব 8 জুলাইৰ পৰা ৷ উক্ত দিনৰ পৰা সদনত বাজেট সম্পৰ্কে আলোচনা আৰম্ভ হোৱাৰ বিপৰীতে বিত্তীয় বাজেট অনুমোদনৰ বাবে ভোটগ্ৰহণ পক্ৰিয়া হ'ব 11ৰ পৰা 17 জুলাইৰ ভিতৰত ৷ বিত্তীয় মন্ত্ৰালয়ৰ বাজেট শাখাই এই তথ্য আগবঢ়াইছে ৷ উল্লেখ্য যে, বিত্তীয় মন্ত্ৰী নিৰ্মলা চিতাৰমনে 5 জুলাইত সাধাৰণ বিত্তীয় বাজেট উত্থাপন কৰিব ৷
বিত্তমন্ত্ৰী চিতাৰমনৰ বাবে এই বাজেট হ'ব যথেষ্ট প্ৰত্যাহবানজনক ৷ এচিয়াৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ খনৰ উন্নয়ন পক্ৰিয়া লেহেমিয়া নকৰাকৈ অৰ্থব্যৱস্থাক কি দৰে আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিব সেইয়া হ'ব লক্ষণীয় ৷ উল্লেখ্য যে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ(GDP) 2019 বিত্তীয় বৰ্ষৰ বিগত তিনি মাহত 6.6 শতাংশৰ পৰা হ্ৰাস হৈ 5.8 শতাংশ হৈছিল ৷ আনহাতে বিদেশী বিনিয়োগৰ ক্ষেত্ৰতো কি ব্যৱস্থা গ্ৰহন কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে সেয়াও হ'ব গুৰুত্বপূৰ্ণ ৷ কিয়নো চলিত বাজেটত যিমান পৰিমানৰ কৰ সংগ্ৰহৰ লক্ষ লৈছিল সেই লক্ষত উপনীত হ'ব পৰা নাই ৷
8 জুলাইৰ পৰা বাজেটৰ ওপৰত আলোচনা - বিত্ত মন্ত্ৰালয়
বিত্তমন্ত্ৰী চিতাৰমনৰ বাবে এই বাজেট হ'ব যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ ৷ এচিয়াৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ খনৰ উন্নয়ন প্ৰক্ৰিয়া লেহেমীয়া নকৰাকৈ দেশখনৰ অৰ্থনীতি কি দৰে আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিব সেইয়া হ'ব লক্ষণীয় ৷
নিউজ ডেস্ক, 30 জুনঃ সাধাৰন বাজেটৰ ওপৰত সদনত আলোচনা আৰম্ভ হ'ব 8 জুলাইৰ পৰা ৷ উক্ত দিনৰ পৰা সদনত বাজেট সম্পৰ্কে আলোচনা আৰম্ভ হোৱাৰ বিপৰীতে বিত্তীয় বাজেট অনুমোদনৰ বাবে ভোটগ্ৰহণ পক্ৰিয়া হ'ব 11ৰ পৰা 17 জুলাইৰ ভিতৰত ৷ বিত্তীয় মন্ত্ৰালয়ৰ বাজেট শাখাই এই তথ্য আগবঢ়াইছে ৷ উল্লেখ্য যে, বিত্তীয় মন্ত্ৰী নিৰ্মলা চিতাৰমনে 5 জুলাইত সাধাৰণ বিত্তীয় বাজেট উত্থাপন কৰিব ৷
বিত্তমন্ত্ৰী চিতাৰমনৰ বাবে এই বাজেট হ'ব যথেষ্ট প্ৰত্যাহবানজনক ৷ এচিয়াৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ খনৰ উন্নয়ন পক্ৰিয়া লেহেমিয়া নকৰাকৈ অৰ্থব্যৱস্থাক কি দৰে আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিব সেইয়া হ'ব লক্ষণীয় ৷ উল্লেখ্য যে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ(GDP) 2019 বিত্তীয় বৰ্ষৰ বিগত তিনি মাহত 6.6 শতাংশৰ পৰা হ্ৰাস হৈ 5.8 শতাংশ হৈছিল ৷ আনহাতে বিদেশী বিনিয়োগৰ ক্ষেত্ৰতো কি ব্যৱস্থা গ্ৰহন কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে সেয়াও হ'ব গুৰুত্বপূৰ্ণ ৷ কিয়নো চলিত বাজেটত যিমান পৰিমানৰ কৰ সংগ্ৰহৰ লক্ষ লৈছিল সেই লক্ষত উপনীত হ'ব পৰা নাই ৷
নিউজ ডেস্ক, 30 জুনঃ সাধাৰন বাজেটৰ ওপৰত সদনত আলোচনা আৰম্ভ হ'ব 8 জুলাইৰ পৰা ৷ উক্ত দিনৰ পৰা সদনত বাজেট সম্পৰ্কে আলোচনা আৰম্ভ হোৱাৰ বিপৰীতে বিত্তীয় বাজেট অনোমোদনৰ বাবে ভোটগ্ৰহণ পক্ৰিয়া হ'ব 11ৰ পৰা 17 জুলাইৰ ভিতৰত ৷ বিত্তীয় মন্ত্ৰালয়ৰ বাজেট শাখাই এই তথ্য আগবঢ়াইছে ৷ উল্লেখ্য যে, বিত্তীয় মন্ত্ৰী নিৰ্মলা চিতাৰমনে 5 জুলাইত সাধাৰণ বিত্তীয় বাজেট উত্থাপন কৰিব ৷
বিত্তমন্ত্ৰী চিতাৰমনৰ বাবে এই বাজেট হ'ব যথেষ্ট প্ৰত্যাহবানজনক ৷ এচিয়াৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ খনৰ উন্নয়ন পক্ৰিয়া লেহেমিয়া নকৰাকৈ অৰ্থব্যৱস্থাক কি দৰে আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিব সেইয়া হ'ব লক্ষণীয় ৷ উল্লেখ্য যে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ(GDP) 2019 বিত্তীয় বৰ্ষৰ বিগত তিনি মাহত 6.6 শতাংশৰ পৰা হ্ৰাস হৈ 5.8 শতাংশ হৈছিল ৷
আনহাতে বিদেশী বিনিয়োগৰ ক্ষেত্ৰতো কি ব্যৱস্থা গ্ৰহন কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে সেয়াও হ'ব গুৰুত্বপূৰ্ণ ৷ কিয়নো চলিত বাজেটত যিমান পৰিমানৰ কৰ সংগ্ৰহৰ লক্ষ লৈছিল সেই লক্ষত উপনীত হ'ব পৰা নাই ৷