ETV Bharat / business

ভাৰতীয় কৰ্মচাৰীৰ প্ৰথম পচন্দ আমাজন ব্ৰেণ্ড!

author img

By

Published : Jun 18, 2019, 4:19 PM IST

গৱেষণা অনুসৰি আমাজনৰ পিছতেই পচন্দ কৰা আন দুটা প্ৰতিষ্ঠান হল ক্ৰমে মাইক্ৰছফ্ট ইণ্ডিয়া আৰু ছ'নি ৷ এই গৱেষণাৰ আন এক তথ্য অনুসৰি ভাৰতবৰ্ষৰ 55 শতাংশ লোকে মাল্টি নেছনেল কোম্পানী (এম এন চি)ত কাম কৰিব আগ্ৰহ প্ৰকাশ কৰে ৷ আনহাতে 9 শতাংশ লোকে ষ্টাৰ্টআপ দৰে ব্যৱসায়ত লিপ্ত হ'ব বিচাৰে ৷

ভাৰতীয় কৰ্মচাৰীৰ প্ৰথম পচন্দ আমাজ'ন ব্ৰেণ্ড!

নিউজ ডেস্ক, 17 জুনঃ ই-কমাৰ্চৰ ব্যৱসায়িক প্ৰতিষ্ঠান আমাজন হৈছে ভাৰতীয় সকলৰ প্ৰথম পচন্দ ৷ "ৰেণ্ডষ্টেড এম্প্লয়াৰ ব্ৰেণ্ড ৰিছাৰ্ছ 2019" নামৰ গৱেষণাই প্ৰকাশ কৰিছে এই তথ্য ৷ সোমবাৰে প্ৰকাশিত তথ্য অনুসৰী অধিক দা-দৰমহা, অতি শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ আদিৰ লগতে প্ৰতিষ্ঠানটোৰ উচ্চ মৰ্যদাৰ বাবে প্ৰথম পচন্দ হৈ পৰে আমাজন ব্ৰেণ্ড ৷ গৱেষণাটো অনুসৰি আমাজনৰ পিছতেই পচন্দ কৰা আন দুটা প্ৰতিষ্ঠান হল ক্ৰমে মাইক্ৰছফ্ট ইণ্ডিয়া আৰু ছ'নী ৷

আনহাতে গৱেষণাটোৰ তথ্য অনুসৰী আন আকৰ্ষণীয় ব্ৰেণ্ড সমূহ হৈছে-

  • মাৰ্ছেডিছ ব্ৰেঞ্জ- চতুৰ্থ
  • আই বি এম- পঞ্চম
  • লাৰছেন এন্ টাৰ্ব​'- ষষ্ঠ
  • নেছ্লে- সপ্তম
  • ইনফ্চিছ- অষ্টম
  • ছেমছাং- নৱম
  • ডেল- দশম

"ৰেণ্ডষ্টেড এম্প্লয়াৰ ব্ৰেণ্ড ৰিছাৰ্ছ 2019"ৰ এই গৱেষণাই বিশ্বৰ আগশাৰী ব্ৰেণ্ড সমূহৰ 75 শতাংশক সামৰি লৈছে ৷ গোলকীয় অৰ্থনীতিৰ 32 খন অংশগ্ৰহণকাৰী দেশৰ 2,00,000 লোকে এই গৱেষণাত সহাঁৰি জনাইছিল ৷

এই গৱেষণাৰ আন এক তথ্য অনুসৰী ভাৰতবৰ্ষৰ 55 শতাংশ লোকে মাল্টি নেছনেল কোম্পানী (এম এন চি)ত কাম কৰিব আগ্ৰহ প্ৰকাশ কৰে ৷ আনহাতে 9 শতাংশ লোকে ষ্টাৰ্ট আপ দৰে ব্যৱসায়ত লিপ্ত হ'ব বিছাৰে ৷ তথ্যত উল্লেখ কৰা অনুসৰী, বৃহৎ মাল্টি নেছনেল কোম্পানী সমূহে প্ৰদান কৰা দৰমহা, সা-সুবিধা আৰু কেৰিয়াৰৰ সম্ভাৱনাই ভাৰতীয় লোক সকলক আগ্ৰহী কৰে ৷

নিউজ ডেস্ক, 17 জুনঃ ই-কমাৰ্চৰ ব্যৱসায়িক প্ৰতিষ্ঠান আমাজ'ন হৈছে কৰ্মচাৰীৰ প্ৰথম পচন্দ ৷ "ৰেণ্ডষ্টেড এম্প্লয়াৰ ব্ৰেণ্ড ৰিছাৰ্ছ 2019" নামৰ গৱেষণাই প্ৰকাশ কৰিছে এই তথ্য ৷ সোমবাৰে প্ৰকাশিত তথ্য অনুসৰী অধিক দা-দৰমহা, অতি শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ আদিৰ লগতে প্ৰতিষ্ঠানটোৰ উচ্চ মৰ্যদাৰ বাবে প্ৰথম পচন্দ হৈ পৰে আমাজন ব্ৰেণ্ড ৷ গৱেষণা অনুসৰী আমাজনৰ পিছতেই পচন্দ কৰা আন দুটা প্ৰতিষ্ঠান হল ক্ৰমে মাইক্ৰছফ্ট ইণ্ডিয়া আৰু ছ'নি ৷

আনহাতে গৱেষণাটোৰ তথ্য অনুসৰী আন আকৰ্ষণীয় ব্ৰেণ্ড সমূহ হৈছে-
মাৰ্ছেডিছ ব্ৰেঞ্জ- চতুৰ্থ
আই বি এম- পঞ্চম
লাৰছেন এন্ টাৰব'- ষষ্ঠ
নেছ্লে- সপ্তম
ইনফ্চিছ- অষ্টম
ছেমছাং- নৱম
ডেল- দশম

"ৰেণ্ডষ্টেড এম্প্লয়াৰ ব্ৰেণ্ড ৰিছাৰ্ছ 2019"ৰ এই গৱেষণাই বিশ্বৰ আগশাৰী ব্ৰেণ্ড সমূহৰ 75 শতাংশক সামৰি লৈছে ৷ গোলকীয় অৰ্থনীতিৰ 32 খন অংশগ্ৰহণকাৰী দেশৰ  2,00,000 লোকে এই গৱেষণাত সহাঁৰি জনাইছে ৷

এই গৱেষণাৰ আন এক তথ্য অনুসৰী ভাৰতবৰ্ষৰ 55 শতাংশ লোকে মাল্টি নেছনেল কোম্পানী (এম এন চি)ত কাম কৰিব আগ্ৰহ প্ৰকাশ কৰে ৷ আনহাতে 9 শতাংশ লোকে ষ্টাৰ্ট আপ্ৰ দৰে ব্যৱসায়ত লিপ্ত হ'ব বিছাৰে ৷

তথ্যত উল্লেখ কৰা অনুসৰী, বৃহৎ মাল্টি নেছনেল কোম্পানী সমূহে প্ৰদান কৰা দৰমহা, সা-সুবিধা আৰু কেৰিয়াৰৰ সম্ভাৱণাই  ভাৰতীয় লোক সকলক আগ্ৰহী কৰে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.