ETV Bharat / briefs

চলচ্চিত্ৰ নিৰ্দেশক সুকুমাৰৰ সৈতে কাম কৰিবলৈ ইচ্ছুক ছুপাৰষ্টাৰ বিজয় দেবৰকোণ্ডা

চলচ্চিত্ৰ নিৰ্দেশক সুকুমাৰে ইতিমধ্যে আৰ্য, জগদম আৰু ১০০% ল'ভৰ দৰে জনপ্ৰিয় চিনেমাৰ নিৰ্দেশক হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

vijay-deverakonda-teams-up-with-telugu-hitmaker-sukumar-for-his-next
চলচ্চিত্ৰ নিৰ্দেশক সুকুমাৰৰ সৈতে কাম কৰিবলৈ ইচ্ছুক ছুপাৰষ্টাৰ বিজয় দেবৰকোণ্ডা
author img

By

Published : Sep 28, 2020, 6:26 PM IST

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ: তেলেগু চলচ্চিত্ৰ অভিনেতা চুপাৰষ্টাৰ বিজয় দেবৰকোণ্ডাই চলচ্চিত্ৰ নিৰ্মাতা সুকুমাৰৰ সৈতে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে । অভিনেতা জনে নিজৰ অনুৰাগী সকলক এখন স্মৰণীয় চিনেমা আগবঢ়াই দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

  • Sukumar - Vijay Deverakonda

    The actor in me is super excited
    The audience in me is celebrating!
    We guarantee you memorable Cinema.. I can't wait to be on set with Sukku sirrr 😘🤗

    Happy birthday Kedar, you've been a good friend and you work extremely hard :) pic.twitter.com/9CHIIvcpBw

    — Vijay Deverakonda (@TheDeverakonda) September 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সোমবাৰে টুইটাৰযোগে এই কথা সদৰি কৰি অভিনেতা জনে এনেদৰে লিখিছে "সুকুমাৰ-বিজয় দেবৰকোণ্ডা । মোৰ মাজত থকা অভিনেতা যথেষ্ট উৎসাহিত হৈ আছে ! মোৰ মাজত থকা দৰ্শক সকলে আনন্দ কৰিছে ! আমি আপোনালোকক এখন স্মৰণীয় চিনেমা আগবঢ়াই দিয়াৰ গেৰাণ্টি আগবঢ়াইছো.... মই চুক্কু ছাৰৰ সৈতে চেটত অপেক্ষা কৰিব নোৱাৰো ।"

অভিনেতা গৰাকীৰ অনুৰাগী সকলো অভিনেতা জনৰ সমান্তৰালকৈ উৎসাহী হৈ পৰিছে ।

উল্লেখ্য যে, চলচ্চিত্ৰ নিৰ্দেশক সুকুমাৰে ইতিমধ্যে আৰ্য, জগদম আৰু ১০০% ল'ভৰ দৰে জনপ্ৰিয় চিনেমাৰ নিৰ্দেশক হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক; আনুষ্ঠানিক স্বীকৃতি বিটিআৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.