ETV Bharat / briefs

বি টি আৰ পৰিষদলৈ ছগৰাকী সদস্যক মনোনীত কৰিলে ৰাজ্যপালে - বি টি আৰ পৰিষদলৈ ছগৰাকী সদস্যক মনোনীত কৰিলে ৰাজ্যপালে

সদ্য গঠিত বিটিআৰ পৰিষদত অসম চৰকাৰ তথা ৰাজ্যপালে মনোনিত কৰা ৬ জনৰ মাজত স্থান পালে বিজনীৰ এল এন বি ৰোডৰ বাসিন্দা কেওত জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে প্ৰদীপ কুমাৰ বায়ন। বিজনীত ফটকা ফুটাই আনন্দ উল্লাসত মতলীয়া বিজনী বাসী।

The Governor nominates six members to the BTR Council

author img

By

Published : Dec 16, 2020, 10:43 PM IST

চিৰাং,গুৱাহাটী,১৬ ডিচেম্বৰ : প্ৰমোদ বড়ো নেতৃত্বাধীন নৱগঠিত বি টি আৰ পৰিষদলৈ সাংবিধানিক বিধি অনুসৰি ৰাজ্যপালে আজি মনোনীত কৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ ছয় গৰাকীকৈ সদস্যক । এই ছগৰাকী সদস্য হ'ল ক্ৰমে মাধৱ চন্দ্ৰ চেত্ৰী (গোৰ্খা),চম্পাৱতী ডেকা(শৰণীয়া কছাৰী),উইলচন হাছদা(চাওতাল),প্ৰদীপ কুমাৰ বায়ন (কেওট),হেমন্ত কুমাৰ ৰাভা(ৰাভা)আৰু অৰ্পণা মেধী (সাধাৰণ) ।

ইফালে চিৰাঙৰ বিজনীত আনন্দৰ লহৰ। সদ্য গঠিত বিটিআৰ পৰিষদত অসম চৰকাৰ তথা ৰাজ্যপালে মনোনীত কৰা ৬ জনৰ মাজত স্থান পালে বিজনীৰ এল এন বি ৰোডৰ বাসিন্দা কেওট জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে প্ৰদীপ কুমাৰ বায়নে । বিজনীত ফটকা ফুটাই আনন্দ উল্লাসত মতলীয়া বিজনী বাসী ।

বি টি আৰ পৰিষদলৈ ছগৰাকী সদস্যক মনোনীত কৰিলে ৰাজ্যপালে

৬২ বছৰীয়া প্ৰদীপ কুমাৰ বায়ন বৰ্তমান চিৰাং জিলা সত্ৰ মহাসভাৰ সভাপতি, বিজনী সত্ৰ পৰিচালনা সমিতিৰ সভাপতি,বিজনী শাখা সাহিত্য সভাৰ সভাপতি, অসম-বংগ ছাত্ৰ সমাজৰ যুটীয়া সম্পাদক, মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য আদি কৰি কেবাটাও অৰাজনৈতিক সংগঠনৰ সৈতে জড়িত ।

লগতে চাওকঃ25 দিনীয়া অনুসন্ধানৰ অন্তত আৰক্ষীৰ জালত দহটা বেংক ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.