ETV Bharat / briefs

ন ৰূপত কামাখ্যা ৰে'লৱে ষ্টেচন - ETV BHARAT

উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ কামাখ্যা ৰে'লৱে ষ্টেচনক উন্নতমানৰ কৰি তোলাৰ লক্ষ্যৰে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।

ন ৰূপত কামাখ্যা ৰে'লৱে ষ্টেচন
author img

By

Published : Apr 25, 2019, 5:07 PM IST

মালিগাওঁ, ২৫ এপ্ৰিলঃ মালিগাঁৱৰ কামাখ্যা ৰে'লৱে ষ্টেচনত যাত্ৰীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছে জিৰণি কোঠা। ১০খন বিচনাযুক্ত দুটা আৰু ১০টাকৈ অত্যাধুনিক কোঠা নিৰ্মাণ কৰা হৈছে কামাখ্যা ৰে'ল ষ্টেচনৰ ৪নং প্লেটফৰ্মত। যাত্ৰীসকলৰ বাবে এই অত্যাধুনিক কোঠালীসমূহত এচি, বিশুদ্ধ খোৱাপানী, টিভিৰ লগতে বিভিন্ন সা সুবিধা উপলব্ধ হ'ব। তাৰোপৰি প্লেটফৰ্মসমূহত বৃদ্ধি কৰা হৈছে যাত্ৰীৰ আসনৰ সংখ্যা। ইয়াৰোপৰি যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ পূৱ সীমান্ত ৰে'লৱে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ কথা উল্লেখ কৰে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।

Intro:উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ কামাখ্যা ৰে'লৱে ষ্টেচনক উন্নতমানৰ কৰি তোলাৰ লক্ষ্যৰে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিশেষ পদক্ষেপ। মালিগাঁৱৰ কামাখ্যা ৰে'লৱে ষ্টেচনত যাত্ৰীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছে ৰিটায়াৰিং ৰুম। ১০খন বিচনাযুক্ত দুটা আৰু ১০টাকৈ অত্যাধুনিক বিশ্ৰামালয় নিৰ্মাণ কৰা হৈছে কামাখ্যা ৰে'ল ষ্টেচনৰ ৪নং প্লেটফৰ্মত। যাত্ৰীসকলে এই অত্যাধুনিক কোঠালীসমূহত এচি, বিশুদ্ধ খোৱাপানী, টিভিৰ লগতে বিভিন্ন সা সুবিধা উপলব্ধ হ'ব। তাৰোপৰি প্লেটফৰ্মসমূহত বৃদ্ধি কৰা হৈছে যাত্ৰীৰ আসনৰ সংখ্যা।

Body:ইফালে ইয়াৰোপৰি যাত্ৰীৰ সুবিধাৰ উত্তৰ পূৱ সীমান্ত ৰেলৱে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ কথা উল্লেখ কৰে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.