ETV Bharat / briefs

মন্ত্ৰিত্ব নাপালেও কোনো আক্ষেপ নাই মোৰঃ আগাথা চাংমা

author img

By

Published : Jun 1, 2019, 7:59 PM IST

মন্ত্ৰিত্ব লাভ নকৰিলেও ৰাইজ তথা উত্তৰপূৰ্বাঞ্চলৰ উন্নয়নৰ হকে কাম কৰিব পাৰি বুলি মন্তব্য সাংসদ আগাথা চাংমাৰ ৷ লগতে প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তক সন্মান জনাই মন্ত্ৰিত্ব নোপোৱাক লৈ কোনো ধৰণৰ আক্ষেপ নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এন পি পিৰ সাংসদগৰাকীয়ে ৷

মন্ত্ৰীত্ব নাপালেও কোনো আক্ষেপ নাই মোৰ : আগাথা চাংমা

গুৱাহাটী, 1 জুন: দিল্লীত শপত গ্ৰহণ কৰি বৰঝাৰ বিমানবন্দৰত উপস্থিত প্ৰাক্তন মন্ত্ৰী তথা মেঘালয়ৰ তুৰা সমষ্টিৰ এন পি পি ৰ সাংসদ আগাথা চাংমা ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী ক'নৰাড চাংমাৰ সৈতে বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰীগৰাকী ৷

মন্ত্ৰীত্ব নাপালেও কোনো আক্ষেপ নাই মোৰ : আগাথা চাংমা

বিমানবন্দৰত উপস্থিত হৈ মন্ত্ৰিত্ব লাভ নকৰিলেও ৰাইজ তথা উত্তৰপূৰ্বাঞ্চলৰ উন্নয়নৰ হকে কাম কৰিব পাৰি বুলি মন্তব্য সাংসদ আগাথা চাংমাৰ ৷ লগতে প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তক সন্মান জনাই মন্ত্ৰিত্ব নোপোৱাক লৈ কোনো ধৰণৰ আক্ষেপ নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এন পি পিৰ সাংসদগৰাকীয়ে ৷

Slug:-As_Kam_1may_agatha_sangma_at_airport_811-812_vis+bite+photo_as10020

দিল্লীত শপত গ্ৰহণ কৰি প্ৰাক্তন মন্ত্রী তথা মেঘালয়ৰ টুৰা সমষ্টিৰ এন পি পিৰ সাংসদ আগাথা চাংমা উপস্থিত বৰঝাৰ বিমানবন্দৰত ।

Ocvo..দিল্লীত শপত গ্ৰহণ কৰি প্ৰাক্তন মন্ত্রী তথা টুৰা সমষ্টিৰ এন পি পিৰ সাংসদ আগাথা চাংমাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কানৰাদ চাংমাৰ সৈতে উপস্হিত হয়  বৰঝাৰ বিমান বন্দৰত । মন্ত্ৰীত্ব লাভ নকৰিলে ৰাইজ তথা উত্তৰপূৰ্বাঞ্চলৰ উন্নয়নৰ কাম কৰিব পাৰি বুলি জনাই নৱনিৰ্বাচিত সাংসদ আগাথা চাংমাই । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তত সন্তুষ্টি প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ।

Bite.. আগাথা চাংমা

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.