ETV Bharat / briefs

ডুমডুমাত বাগিছাৰ প্ৰৱন্ধকে মহিলা শ্ৰমিকৰ ওপৰত চলালে আক্ৰমণ

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চৌখানী চাহ বাগিছাত প্ৰৱন্ধকে শাৰীৰিক আক্ৰমণ চলালে মহিলা শ্ৰমিকৰ ওপৰত

ডুমডুমাত বাগিছাৰ প্ৰবন্ধকৰ হিটলাৰী শাসন
author img

By

Published : Apr 12, 2019, 6:27 PM IST

ডুমডুমা,১২ এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ চাহনগৰী ডুমডুমাৰ চৌখানী চাহ বাগিছাত সংঘটিত হৈছে মহিলা শ্ৰমিকৰ ওপৰত আক্ৰমণৰ ঘটনা। ঔম চৌখানী মালিকানাধীন চৌখানী চাহ বাগিছাৰ প্ৰৱন্ধকে বাগিছাখনৰ মহিলা শ্ৰমিকৰ ওপৰত শাৰিৰিকভাৱে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। যোৱা ১০ এপ্ৰিল তাৰিখে বাগিছাখনত পাত চিঙি থকা এগৰাকী মহিলা শ্ৰমিকক বাগিছাখনৰ প্ৰৱন্ধক অশোক তিৱাৰীয়ে দীঘল পাত চিঙাক কেন্দ্ৰ কৰি প্ৰথমে গালি-শপনি পাৰে আৰু পাছত শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা শ্ৰমিকগৰাকীয়ে ।

ডুমডুমাত বাগিছাৰ প্ৰবন্ধকৰ হিটলাৰী শাসন

সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চৌখানী চাহ বাগিছাত এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি । ইফালে বাগিছাখনত শুকুৰবাৰে আটছা ডুমডুমা শাখা সমিতিৰ কৰ্মকৰ্তাসকল উপস্থিত হৈ শ্ৰমিকসকলক লৈ অনুষ্ঠিত কৰে এখন ৰাজহুৱা সভা। আক্ৰমণকাৰী মুল অভিযুক্ত প্ৰৱন্ধক অশোক তিৱাৰীৰ গ্ৰেপ্তাৰৰ লগতে চাহ বাগিছাখনৰ স্বত্বাধিকাৰী ঔম চৌখানীয়ে বাগিছাখনত উপস্থিত হৈ ক্ষমা খোজাৰ দাবী জনাই । উল্লেখযোগ্য যে, ঘটনা সংঘটিত হোৱা দিনৰ পৰাই বাগিছা বন্ধ কৰি পলায়ন কৰিছে প্ৰৱন্ধক অশোক তিৱাৰীয়ে ।

Intro:Date: 12-04-2019

Story: ডুমডুমাৰ চৌখানী চাহ বাগিছাৰ প্ৰৱন্ধকৰ হিটলাৰী শাসন

:মহিলা শ্ৰমিকৰ ওপৰত শাৰিৰিক আক্ৰমণ

File Name: Women Attract at Choukhani T. E.

V/O: তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমাৰ চৌখানী চাহ বাগিছাত সংঘটিত হৈছে মহিলা শ্ৰমিকৰ ওপৰত আক্ৰমণৰ ঘটনা । ঔম চৌখানী মালিকাধীন চৌখানী চাহ বাগিছাৰ প্ৰৱন্ধকে বাগিছাখনৰ মহিলা শ্ৰমিকৰ ওপৰত শাৰিৰিকভাৱে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ বিৱৰণী অনুহৰি, যোৱা ১০ এপ্ৰিল তাৰিখে বাগিছাখনত পাত চিঙি থকা এগৰাকী মহিলা শ্ৰমিকক বাগিছাখনৰ প্ৰৱন্ধক অশোক তিৱাৰীয়ে দীঘল পাত চিঙাক কেন্দ্ৰ কৰি প্ৰথমে গালি-সপনি আৰু পাছত শাৰিৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা শ্ৰমিকগৰাকীয়ে । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চৌখানী চাহ বাগিছাখনত তিব্ৰ চেপা-উত্তেজনা অব্যাহত আছে । ইফালে বাগিছাখনত আজি আটছা ডুমডুমা শাখা সমিতিৰ কৰ্মকৰ্তাসকল উপস্থিত হৈ শ্ৰমিকসকলক লৈ এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে । আক্ৰমণকাৰী মুল অভিযুক্ত প্ৰৱন্ধক অশোক তিৱাৰীৰ গ্ৰেপ্তাৰৰ লগতে চাহ বাগিছাখনৰ স্বত্বাধিকাৰী ঔম চৌখানীয়ে বাগিছাখনত উপস্থিত হৈ ক্ষমা ক্ষোজাৰ দাবী কৰে । উল্লেখযোগ্য যে ঘটনা সংঘটিত হোৱা দিনৰ পৰাই বাগিছা বন্ধ কৰি পলায়ণ কৰিছে প্ৰৱন্ধক অশোক তিৱাৰীয়ে ।

Byte: মহিলা শ্ৰমিক
Byte: আটছা নেতাBody:Date: 12-04-2019

Byte: আটছা নেতাConclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.