ওদালগুৰি,১জুন : ২০১১ চনত স্থাপন কৰা ওদালগুৰি চহৰৰ সমীপৱৰ্তী বগৰিবাৰীত থকা বগৰিবাৰী-ভালুকমাৰী পঞ্চমুখী বান্ধ ৷ কেইবাখনো গাঁৱৰ কৃষকৰ পানীৰ সমস্য দূৰ কৰাৰ উদ্দেশ্যৰে স্থাপন কৰা এই প্ৰকল্পটো দীৰ্ঘদিনৰ পৰা বিকল হৈ আছিল ৷ ৰাইজে জনপ্ৰতিনিধি তথা জলসিঞ্চন বিভাগক বাৰম্বাৰ অৱেদন জনোৱাৰ পাছতো কাৰ্যক্ষম হৈ নুঠিল বান্ধটো ৷ সেয়ে ৰাইজে ল'লে সিদ্ধান্ত ৷ গাঁঠিৰ ধন ভাঙি কৃষক ৰাইজে বান্ধটোৰ বিকল হৈ থকা গেট দুখন মেৰামতি কৰি সম্প্ৰতি কৰি তুলিলে কাৰ্যক্ষম ।
ওদালগুৰিত কৃষকে নিজে মেৰামতি কৰিলে জলসিঞ্চনৰ বান্ধ - ভালুকমাৰী
ৰাইজে জনপ্ৰতিনিধি তথা জলসিঞ্চন বিভাগক বাৰম্বাৰ অৱেদন জনোৱাৰ পাছতো কাৰ্যক্ষম হৈ নুঠিল বান্ধটো ৷ সেয়ে ৰাইজে ল'লে সিদ্ধান্ত ৷ গাঁঠিৰ ধন ভাঙি কৃষক ৰাইজে বান্ধটোৰ বিকল হৈ থকা গেট দুখন মেৰামতি কৰি সম্প্ৰতি কৰি তুলিলে কাৰ্যক্ষম ।
ওদালগুৰিত কৃষকে নিজে মেৰামতি কৰিলে জলসিঞ্চনৰ বান্ধ
ওদালগুৰি,১জুন : ২০১১ চনত স্থাপন কৰা ওদালগুৰি চহৰৰ সমীপৱৰ্তী বগৰিবাৰীত থকা বগৰিবাৰী-ভালুকমাৰী পঞ্চমুখী বান্ধ ৷ কেইবাখনো গাঁৱৰ কৃষকৰ পানীৰ সমস্য দূৰ কৰাৰ উদ্দেশ্যৰে স্থাপন কৰা এই প্ৰকল্পটো দীৰ্ঘদিনৰ পৰা বিকল হৈ আছিল ৷ ৰাইজে জনপ্ৰতিনিধি তথা জলসিঞ্চন বিভাগক বাৰম্বাৰ অৱেদন জনোৱাৰ পাছতো কাৰ্যক্ষম হৈ নুঠিল বান্ধটো ৷ সেয়ে ৰাইজে ল'লে সিদ্ধান্ত ৷ গাঁঠিৰ ধন ভাঙি কৃষক ৰাইজে বান্ধটোৰ বিকল হৈ থকা গেট দুখন মেৰামতি কৰি সম্প্ৰতি কৰি তুলিলে কাৰ্যক্ষম ।
Intro:চৰকাৰে নকৰে। কৃষকে নিজে মেৰামতি কৰিলে জলসিঞ্চনৰ বান্ধ
Body:ওদালগুৰি চহৰৰ সমীপৱৰ্তী বগৰিবাৰীত থকা বগৰিবাৰী-ভালুকমাৰী পঞ্চমুখী বান্ধটো দীৰ্ঘ দিনৰ পৰা মেৰামতি নকৰাৰ ফলত খেতিৰ বাবে প্ৰয়োজনীয় পানীৰ অভাৱত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ কেইবাখনো গাঁওৰ কৃষক সকলৰ মাজত। বান্ধটোৰ পানী ভেটা দিয়া গেট দুখন বন্ধ কৰিব নোৱাৰাৰ ফলত দীৰ্ঘ দিনৰ পৰা খেতি পথাৰত পানী যোগান দিব পৰা নাছিল বান্ধটোৰে। কিন্ত এইক্ষেত্ৰত বহুবাৰ আবেদন জনোৱা পিছতো বান্ধটো মেৰামতি নকৰাৰ অভিযোগ উঠিছে জলসিঞ্চন বিভাগে বিৰুদ্ধে। অৱশেষত উপায়হীন হৈ গাঁওৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিব লগা হল বান্ধটো।
চৰকাৰ খনে কৃষক সকলৰ বাবে বিভিন্ন আঁচনি লোৱা বুলি ঢাক ঢোল বজাই থকাৰ মাজতে দুখীয়া কৃষক ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি বান্ধৰ মেৰামতি কৰিব লগা হোৱা পৰিস্থিতিয়ে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে কৃষক সকলৰ মাজত। উল্লেখযোগ্য যে
২০১১ চনত স্থাপন কৰা এই বান্ধটোৰ ফলত বগৰিবাৰী, ভালুকমাৰী ,লাংদাংপাৰা, কঠালগুৰি, ভৈৰাগুৰি, কুবজু বস্তি, বালিগাও,দৰঙিপাৰা আদি গাঁওৰ কৃষক সকলে পথাৰত পানী পাবলৈ সক্ষম হৈছিল।
Conclusion: