ETV Bharat / bharat

ত্ৰিপুৰাত দাহ কৰা হয় কোটি টকাৰ নিচাজাতীয় সামগ্ৰী - ত্ৰিপুৰাত দাহ কৰা হয় ড্ৰাগছ

আৰক্ষীৰ উপ-মহাপৰিদৰ্শক নেতৃত্বত আজি ত্ৰিপুৰাত বিপুল পৰিমাণৰ জব্দকৃত নিচাজাতীয় সামগ্ৰী দাহ কৰা হয় ৷ ইয়াৰ ভিতৰত ৯,১২৩ কেজি শুকান গাঞ্জা, ২১,৯৮৫ বটল নিষিদ্ধ কফ চিৰাপ, ৪২,৪০২ নং য়াবা টেবলেট আৰু ৭৮.৪ গ্ৰাম হেৰ’ইন দাহ কৰা হয় (Tripura police destroyed drugs worth Rs 5. 26 crore) ।

Tripura police destroyed drugs worth Rs 5. 26 crore
ত্ৰিপুৰাত দাহ কৰা হয় ৫.২৬ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী
author img

By

Published : Oct 8, 2022, 10:24 PM IST

আগৰতলা, 9 অক্টোবৰ: আজি ত্ৰিপুৰাত দাহ কৰা হয় ড্ৰাগছকে আদি বহু নিচাজাতীয় সামগ্ৰী (Destroyed huge quantities of seized drugs in Tripura) ৷ ত্ৰিপুৰা আৰক্ষীয়ে জনোৱা মতে, ৭ আৰু ৮ অক্টোবৰত সকলো আইনী প্ৰক্তিয়া সম্পূৰ্ণ কৰাৰ পিছত ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী আজি ধ্বংস কৰা হয় । ইয়াৰ ভিতৰত ৯,১২৩ কেজি শুকান গাঞ্জা, ২১,৯৮৫ বটল নিষিদ্ধ কফ চিৰাপ, ৪২,৪০২ নং য়াবা টেবলেট আৰু ৭৮.৪ গ্ৰাম হেৰ’ইন দাহ কৰা হয় ।

আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি দাহ কৰা ড্ৰাগছৰ আনুমানিক বজাৰ মূল্য ৫.২৬ কোটি টকা (Tripura police destroyed drugs worth Rs 5. 26 crore) ৷ ইফালে এই বিষয়ে এণ্টি-নাৰ্কটিক বিভাগৰ উপ আৰক্ষী অধীক্ষক তৰুণ দেববৰ্মাই কয় যে, আজি সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি জব্দকৃত মাদক দ্ৰব্যসমূহ ধ্বংস কৰা হৈছে (Tripura Police Drugs Destruction)।

ত্ৰিপুৰাত দাহ কৰা হয় ৫.২৬ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী

তেওঁ লগতে কয়, "ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ড্ৰাগছ নিষ্কাশনৰ সাক্ষী হ’ব । আমি শুকুৰবাৰৰ পৰা ত্ৰিপুৰাত নিচাজাতীয় দ্ৰব্য দাহন কাৰ্যসূচী আৰম্ভ কৰিছো আৰু আজিও নিচাজাতীয় দ্ৰব্য ধ্বংস কৰিছো ।"

লগতে পঢ়ক: Mission against drugs: দৰং জিলা প্ৰশাসনে দাহ কৰিলে 6 লক্ষাধিক টকাৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.