ETV Bharat / bharat

Shehnaz Gill Diet plan: অতি কম সময়ৰ ভিতৰত শ্বেহনাজ গিলৰ দৰে ফিটনেছ পাবলৈ দৈনিক কৰক এই কাম - শ্বাহনাজ গীলে নিজকে ফিট কৰি ৰাখিবলৈ কি কৰে

শ্বাহনাজ গীলে নিজকে ফিট কৰি ৰাখিবলৈ দৈনিক পুৱা কৰে এই কাম । আপুনিও এই পৰামৰ্শসমূহ মানি কেইমাহমানৰ ভিতৰতে নিজৰ ওজন অতি সহজে হ্ৰাস কৰিব পাৰে ।

Shehnaaz Gill Diet plan If you want fitness like Shahnaz Gill then try this special formula of her
অতি কম সময়ৰ ভিতৰত শ্বেহনাজ গিলৰ দৰে ফিটনেছ পাবলৈ দৈনিক কৰক এই কাম
author img

By

Published : Apr 12, 2023, 5:52 PM IST

Updated : Apr 12, 2023, 6:55 PM IST

ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয় শ্বেহনাজ গীলে নিজৰ বিশেষ শৈলীৰ বাবে ছ’চিয়েল মিডিয়াত খুবেই জনপ্ৰিয় আৰু চৰ্চিত (Shehnaz Gill Diet plan) । বিগ বছ ১৩ত নিজৰ শিশু সুলভ স্বভাৱেৰে লাখ লাখ মানুহৰ হৃদয় জয় কৰা শ্বেহনাজৰ এতিয়া আৰু কোনো বিশেষ পৰিচয়ৰ প্ৰয়োজন নাই (What Shehnaaz Gill eats in a day)। বিগ বছ ১৩ত চাব্বী আৰু কিউট দেখা শ্বেহনাজ এতিয়া পূৰ্বৰ তুলনাত অধিক ফিট আৰু গ্লেমাৰাছ হৈ পৰিছে(How did Shehnaaz Gill lose weight) । যদি আপুনিও কেইমাহমানৰ ভিতৰত শ্বেহনাজৰ দৰে শৰীৰ বিচাৰে তেন্তে এই ডায়েট মানি চলিব পাৰে-

ঘৰতে ৰন্ধা খাদ্য খাওক

যেতিয়া শ্বেহনাজক সোধা হৈছিল যে, তেওঁ বিগবছৰ ঘৰৰ পৰা ওলাই অহাৰ লগে লগে কেনেকৈ ওজন কম কৰিলে ? তেতিয়া ইয়াৰ উত্তৰত শ্বেহনাজে কয় যে, তেওঁ আগতে দুপৰীয়া আৰু ৰাতিৰ আহাৰত ঘৰতে বনোৱা দালি খাইছিল । ইয়াৰ লগতে তেওঁ ৰুটি আৰু দালিৰ সৈতে বহুত শাক-পাচলি খাইছিল ।

হালধিৰ পানীৰে দিনটোৰ আৰম্ভণি

শ্বেহনাজক যেতিয়া সোধা হৈছিল, কি ধৰণেৰে তেওঁ দিনটোৰ আৰম্ভণি কৰে ? ইয়াৰ উত্তৰত তেওঁ কয় যে, প্ৰতিদিনে পুৱা তেওঁ কুহুমীয়া পানীত হালধি দি দিনটোৰ আৰম্ভণি কৰে । ইয়াৰ বাবে তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও অতি ভাল (Shehnaaz gill diet plan Assamese) । কেতিয়াবা তেওঁ আপেল চাইডাৰ ভিনেগাৰো হালধিৰ পানীত অন্তৰ্ভুক্ত কৰে । এই পানীয়ই তেওঁৰ ওজন কম কৰা চিক্ৰেট বুলি মন্তব্য কৰে । যাৰ বাবেই শ্বেহনাজে কম সময়ৰ ভিতৰতে ১২ কেজি পৰ্যন্ত ওজন কমা কৰিবলৈ সক্ষম হৈছিল ।

তীব্ৰ নহয়, সাধাৰণ ৱৰ্কআউট

শ্বেহনাজৰ মতে, ওজন কমোৱাৰ প্ৰক্ৰিয়াত এনে ব্যায়াম কৰিব নালাগে যাৰ বাবে আপোনাৰ শৰীৰে অধিক চাপ বহন কৰে । তেওঁ কয় যে, ওজন কম কৰিবলৈ তেওঁ সাধাৰণ তথা সহজ ব্যায়াম কৰিছিল, লগতে শৰীৰৰ প্ৰয়োজন অনুসৰি পানী গ্ৰহণ কৰে (shehnaaz gill weight loss exercise)।

জাংক ফুড ত্যাগ

শ্বেহনাজ গিলে কয় যে, যদি আপুনি ওজন কমোৱাৰ কথা ভাবিছে, তেন্তে জাংক ফুড আপোনাৰ জীৱনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলাওক । তেতিয়াহে আপুনি ওজন কমাব পাৰিব । লগতে আপোনাৰ খাদ্য আৰু প্ৰিয় খাদ্য ঘৰতে তৈয়াৰ কৰি লওক ।

আমিষ খাদ্যৰ পৰিমাণ কম কৰা

শ্বেহনাজে কয় যে, ওজন কমাবলৈ গোটেই এই যাত্ৰাটোত আমিষ খাদ্য, মাখন, ঘিউ, চকলেট আৰু আইচক্ৰীমৰ পৰা আঁতৰি থাকিব লাগে ।

লগতে পঢ়ক: Pomegranate Peels Benefits: আৱৰ্জনা বুলি গণ্য কৰা ডালিমৰ বাকলিৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাত নে ?

Last Updated : Apr 12, 2023, 6:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.