নিউজ ডেস্ক,2 ফেব্ৰুৱাৰী: অবসান ঘটিল প্ৰতিক্ষাৰ ৷ অৱশেষত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ৰামোজী ফিল্ম চিটি ৷ হায়দৰাবাদৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী কেন্দ্ৰটোক অহা 18 ফেব্ৰুৱাৰীৰ পৰা মুকলি কৰি দিয়া হ’ব পৰ্যটকৰ বাবে ৷ পূৰ্বৰ দৰেই চিনেমেজিক, লেজাৰ তথা অন্য বিনোদনসমূহ উপভোগৰ সুযোগ লাভ কৰিব পৰ্যটকে ৷
প্ৰথমৰ পৰাই সপৰিবাৰে বন্ধৰ দিনসমূহ উপভোগ কৰাৰ অন্যতম ঠিকনা হ’ব ৰামোজী ফিল্ম চিটি ৷ ইয়াত অকাধিক আকৰ্ষণ অন্তৰ্ভূক্ত হৈ আছে ৷ ছবিৰ নানাধৰণৰ অভিজ্ঞতা তথা এডভাঞ্চাৰৰ আনন্দ ৷ ইয়াৰ উপৰিও ফিল্ম চিটিৰ তৰফৰ পৰা আন্তৰিক আতিথ্যও প্ৰদান কৰা হয় ৷ ইয়াত আছে ষ্টান্ট খেল, অন্যান্য বাগান, নানাধৰণৰ গেমচ তথা ৰাইড উপভোগ কৰাৰ সুবিধা ৷
ইয়াৰ উপৰিও চিনেমা সংক্ৰান্তীয় পৰ্যটনৰ ভিতৰত আছে ষ্টুডিঅ’ টুৰ, ছবিৰ বিভিন্ন লোকেশ্যন দেখাৰ সুযোগ ৷ ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে ফিল্ম চিটিত থকাৰ ব্যৱস্থাও আছে ৷ পৰ্যটকৰ বাজেট অনুসৰি লাক্সাৰী, কমফৰ্ট, ইকনমি, চুপাৰ ইকনমিত থকাৰ ব্যৱস্থা আছে ৷
আনহাতে, কৰ’ণাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ বাবে সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা ৰখা হৈছে ৷ প্ৰতিটো ক্ষেত্ৰতে স্বাস্থ্য পৰীক্ষা কৰা হ’ব, শাৰিৰীক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক, প্ৰতিমুহুৰ্ততে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে লগতে পৰ্যটকৰ সহায় বাবে থাকিব ফিল্ম চিটিৰ প্ৰশিক্ষণপ্ৰাপ্ত সহায়ক সকল ৷
এই সন্দৰ্ভত অধিক জনাৰ বাবে লগ ইন কৰক-ramojifilmcity.comত
অথবা ফোন কৰক টোল ফ্ৰি নম্বৰ 1800-120-2999ত
১৮ ফেব্ৰুৱাৰীৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব ৰামোজী ফিল্ম চিটি - ৰামোজী ফিল্ম চিটি পুনৰমুকলি
অহা 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ৰামোজী ফিল্ম চিটি ৷ পূৰ্বৰ দৰেই চিনেমেজিক, লেজাৰ তথা অন্য বিনোদনসমূহ উপভোগৰ সুযোগ লাভ কৰিব পৰ্যটকে ৷