ETV Bharat / bharat

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামাকৰণ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক(Rajiv Gandhi Khel Ratna) মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা(Major Dhyan Chand Khel Ratna Award) হিচাপে নামাকৰণ ৷ ৰাইজৰ অনুৰোধৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

Rajiv Gandhi Khel Ratna is now Major Dhyan Chand Khel Ratna Award
ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামাকৰণ
author img

By

Published : Aug 6, 2021, 2:27 PM IST

নেশ্যনেল ডেস্ক, 6 আগষ্ট: আজিৰে পৰা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক(Rajiv Gandhi Khel Ratna) মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা(Major Dhyan Chand Khel Ratna Award) হিচাপে নামাকৰণ কৰা হয় ৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই কথা ঘোষণা কৰে ৷

উক্ত ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, "আনুষ্ঠানিকভাৱে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা হিচাপে জনাজাত ৰাজীৱ গান্ধী খেল ৰত্নক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা বুলি কোৱা হ'ব ৷" উল্লেখ্য যে, ক্ৰীড়াক্ষেত্ৰত আনুষ্ঠানিকভাৱে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা হিচাপে জনাজাত খেল ৰত্ন হৈছে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৷

  • I have been getting many requests from citizens across India to name the Khel Ratna Award after Major Dhyan Chand. I thank them for their views.

    Respecting their sentiment, the Khel Ratna Award will hereby be called the Major Dhyan Chand Khel Ratna Award!

    Jai Hind! pic.twitter.com/zbStlMNHdq

    — Narendra Modi (@narendramodi) August 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটাৰযোগে প্ৰধানমন্ত্ৰী কয় যে, খেল ৰত্ন বঁটাক হকীৰ যাদুকৰ ধ্যান চান্দৰ নামেৰে নামাকৰণ কৰিবৰ বাবে বহু নাগৰিকে তেওঁক অনুৰোধ জনাই আহিছিল ৷ দেশৰ নাগৰিক সকলৰ এই অনুভূতিৰ প্ৰতি সন্মান জনাইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে সদৰী কৰে ৷

ৰাইজক তেওঁলোকৰ এই অনুৰোধৰ বাবে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয়, "I have been getting many requests from citizens across India to name the Khel Ratna Award after Major Dhyan Chand. I thank them for their views. Respecting their sentiment, the Khel Ratna Award will hereby be called the Major Dhyan Chand Khel Ratna Award! Jai Hind!,"

লগতে পঢ়ক: টকিঅ' অলিম্পিক: দুৰ্দান্ত প্ৰদৰ্শনেৰে 4-3 গ’লত থমকিল ভাৰতীয় মহিলা হকী দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.