ETV Bharat / bharat

ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী গেহলটৰ - টুইটযোগে প্ৰতিক্ৰিয়া

ৰাজস্থানৰ আলৱাৰলৈ কৃষকৰ এক প্ৰতিবাদী সমদলত অংশ লোৱাৰ উদ্দেশ্যে যাত্ৰা কৰাৰ পথত একাংশ লোকে ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ কৰে । ঘটনাৰ পিছতে টিকেইটৰ সমৰ্থকসকলে আক্ৰমণকাৰীসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী অশোক গেহলটৰ প্ৰতিক্ৰিয়া ।

ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী গেহলটৰ

author img

By

Published : Apr 3, 2021, 11:03 AM IST

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ । ৰাজস্থানৰ আলৱাৰলৈ কৃষকৰ এক প্ৰতিবাদী সমদলত অংশ লোৱাৰ উদ্দেশ্যে যাত্ৰা কৰাৰ পথত একাংশ লোকে তেওঁৰ কনভয়ত আক্ৰমণ কৰাৰ অভিযাগ উত্থাপন হোৱাৰ পাচতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । উক্ত ঘটনাৰে জৰিত দোষীসকলৰ বিৰুদ্ধে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় গেহলটে । ইয়াৰোপৰি, গেহলটে বিজেপিয়ে কৃষক আন্দোলনৰ আৰম্ভণিৰে পৰা কৃষকৰ অধিকাৰৰ বাবে প্ৰতিবাদী কৃষকসলৰ প্ৰতি অসংযত, অগণতান্ত্ৰিক আচৰণ কৰি আহিছে । যি অতি লজ্জাজনক বুলি টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী গেহলটৰ
ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী গেহলটৰ

ইফালে, ঘটনাৰ পিছতে টিকেইটৰ সমৰ্থকসকলে আক্ৰমণকাৰীসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতে এজন ছাত্ৰ নেতাকে ধৰি চাৰিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, হাৰছ'লিৰ পৰা বানসুৰ অভিমুখে একাংশ সমৰ্থক আৰু কৃষকৰ সৈতে গৈ আছিল টিকেইট । তেনে সময়তে বেহৰুৰ তাতাৰপুৰত টিকেইটৰ কনভয়ত আক্ৰমণ কৰে কোনো দুৰ্বৃত্তই । বিজেপিয়ে এই আক্ৰমণ সংঘটিত কৰা বুলি টিকেইটে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: ক’ভিড-19ৰ প্ৰতিষেধকৰ দুটা পালি উপৰ্যুপৰিকৈ আমি ল’ব নোৱাৰো কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.