ETV Bharat / bharat

আহমেদাবাদত দ্বিতীয় পৰ্যায়ৰ মেট্ৰ‘ ৰেল পৰিকল্পনাৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে - METRO PHASE 2

18 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে আহমেদাবাদত মেট্ৰ'ৰ মেট্ৰ‘ ৰেল পৰিকল্পনাৰ দ্বিতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰিব ৷ আহমেদাবাদৰ মেট্ৰ‘ ৰেল পৰিকল্পনা দ্বিতীয় পৰ্যায়ৰ দ্বাৰা আহমেদাবাদ আৰু গান্দীনগৰৰ 62 লাখ জনসাধাৰণ উপকৃত হ‘ব ৷

PRIME MINISTER MODI WILL PUT FOUNDATION STONE OF METRO PHASE 2 ON JANUARY 18 at gandhinagar
আহমেদাবাদত দ্বিতীয় পৰ্যায়ৰ মেট্ৰ‘ ৰেল পৰিকল্পনাৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে
author img

By

Published : Jan 17, 2021, 10:39 PM IST

নিউজ ডেস্ক, 17 জানুৱাৰী : মেট্ৰ' চিটি আহমেদাবাদত মেট্ৰ'ৰ আৰু এটা পৰ্যায় আৰম্ভ হ'বলৈ গৈ আছে । 18 জানুৱাৰীত পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ আৰম্ভ হ‘বলগীয়া মেট্ৰ'ৰ শিলান্যাস প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ‘ কনফাৰেন্সৰ জৰিয়তে কৰিব ৷ ইয়াৰ উপলক্ষে গান্ধীনগৰৰ চেক্টৰ-13 মহাত্মা মন্দিৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

আহমেদাবাদ মেট্ৰ‘ চিটিৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰাৰ পাছত একেদিনাই চুৰাটতো মেট্ৰ‘ ৰেলৰ শুভাৰম্ভণী ভিডিঅ‘ কনফাৰেন্সৰ জৰিয়তে কৰিব প্ৰধানমন্ত্ৰীয়ে ৷

উল্লেখ্য যে, আহমেদাবাদৰ মেট্ৰ‘ ৰেল পৰিকল্পনা দ্বিতীয় পৰ্যায়ৰ দ্বাৰা আহমেদাবাদ আৰু গান্দীনগৰৰ 62 লাখ জনসাধাৰণে স্বচ্ছ, সুৰক্ষিত আৰু দ্ৰুত পৰিবহণৰ সুবিধা লাভ কৰিব ৷

লগতে পঢ়ক : সোমবাৰে কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীক ভাৰ্চুৱেলভাৱে সাক্ষাৎ কৰিব ৰমেশ পোখৰিয়ালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.