ETV Bharat / bharat

উত্তৰাখণ্ডত বনজুই নিয়ন্ত্ৰণৰ বাবে অভিযান অব্যাহত

উত্তৰাখণ্ডৰ নতুন তেহৰী জিলাৰ বুদগি অঞ্চলৰ সমীপৰ জংঘলত লগা বনজুইয়ে লৈছে ভয়ংকৰ ৰূপ ৷ দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা উক্ত বনজুই ৰোধ কৰিবলৈ চেষ্টা বৰ্তমানলৈকে অব্যাহত আছে ৷

author img

By

Published : Apr 11, 2021, 12:24 PM IST

Operation underway to douse forest fire in Uttarakhand's new Tehri district
উত্তৰাখণ্ডত বনজুই নিয়ন্ত্ৰণৰ বাবে অভিযান অব্যাহত

নিউজ ডেস্ক, 11 এপ্ৰিল : উত্তৰাখণ্ডৰ নতুন তেহৰী জিলাৰ বুদগি অঞ্চলৰ সমীপৰ জংঘলত লগা বনজুইয়ে লৈছে ভয়ংকৰ ৰূপ ৷ দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা উক্ত বনজুই ৰোধ কৰিবলৈ চেষ্টা বৰ্তমানলৈকে অব্যাহত আছে ৷

তেহৰী বন বিভাগৰ আঞ্চলিক বন বিষয়া ক’ক’ ৰ’জৰ মতে, বনাঞ্চলখনত সূত্ৰপাত হোৱা বনজুইয়ে ইতিমধ্যে প্ৰায় 1 হেক্টৰ ভূমিলৈ বিয়পি পৰিছে ৷ বিষয়াগৰাকীয়ে কয় যে, বন বিভাগে জুই নিৰ্বাপনৰ বাবে আৰক্ষীক সহযোগ আগবঢ়াই আহিছে ৷

উল্লেখ্য যে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী টিৰথ সিং ৰাৱতে 4 এপ্ৰিলত ৰাজ্যত হোৱা বনজুই সমূহৰ বাবে জৰুৰীকালীন বৈঠকৰো আয়োজন কৰিছিল ৷ ইতিমধ্যে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে 6 এপ্ৰিল তাৰিখে ৰাজ্য চৰকাৰক এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ আগতীয়াকৈ প্ৰস্তুত হবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: 72 ঘন্টাৰ বাবে কোচবিহাৰত ৰাজনৈতিক নেতাৰ প্ৰৱেশত নিশেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.