ETV Bharat / bharat

'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা অমিত শ্বাহৰ

author img

By

Published : Feb 21, 2021, 1:58 PM IST

দেশবাসীক 'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা জ্ঞাপন কৰে অমিত শ্বাহে । তেওঁ উল্লেখ কৰা মতে, মোডী চৰকাৰৰ নতুন শিক্ষা নীতি ভাৰতীয় ভাষাৰ সংৰক্ষণ, বিকাশ আৰু সবলীকৰণৰ বাবে চৰকাৰৰ প্ৰচেষ্টা প্ৰতিফলিত হৈছে ।

'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা অমিত শ্বাহৰ
'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা অমিত শ্বাহৰ

নিউজ ডেস্ক,২১ ফেব্ৰুৱাৰী: সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰো বিভিন্ন প্ৰান্তত পালন কৰা হৈছে 'আন্তৰ্জাতিক মাতৃভাষা দিৱস' । এই দিনটোতে দেশবাসীক উদ্দেশ্যি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা বিশেষ টুইট কৰা দেখা গ'ল । টুইটত তেওঁ উল্লেখ কৰা মতে মোডী চৰকাৰে ভাৰতীয় ভাষাৰ সংৰক্ষণ, বিকাশ আৰু সবলীকৰণৰ বাবে নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰিছে ।

  • अन्तर्राष्ट्रीय मातृभाषा दिवस की हार्दिक शुभकामनाएं।

    यह दिवस हमें हमारी सांस्कृतिक विरासत से जुड़े रहने के लिए प्रेरित करता है।

    हमें अपनी मातृभाषा का अधिकतम उपयोग करना चाहिए व बच्चों में अपनी संस्कृति की नींव को मजबूत करने के लिए मातृभाषा के ज्ञान संस्कार से पल्लवित करना चाहिए।

    — Amit Shah (@AmitShah) February 21, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অমিত শ্বাহৰ মতে মাতৃভাষা হৈছে অভিব্যক্তিৰ এক শক্তিশালী মাধ্যম । তেওঁ হিন্দী ভাষাত টুইট কৰি সকলোকে এই দিৱসৰ শুভেচ্ছা জনায় । এই দিনটোৱে আমাৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে সকলোকে অনুপ্ৰাণিত কৰে বুলিও মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ।

  • मातृभाषा अभिव्यक्ति का सशक्त माध्यम व संस्कृति की सजीव संवाहक होती है। यह व्यक्तित्व के निर्माण, विकास और उसकी सामाजिक व सांस्कृतिक पहचान बनाती है।

    हमारी नई शिक्षा नीति सभी भारतीय भाषाओं के संरक्षण, विकास व उन्हें सशक्त बनाने की दिशा में मोदी सरकार की प्रतिबद्धता को दर्शाती हैं।

লগতে পঢ়ক:মাতৃভাষা দিৱসৰ ইতিহাস আৰু তাৎপৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.