ETV Bharat / bharat

মে'ট্ৰ প্ৰকল্পৰ উন্নয়নৰ বাবে সাধাৰণ বাজেটত বিশেষ পেকেজ - বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ বাজেটত আগন্তুক 5 বছৰৰ চহৰ অঞ্চলৰ বিকাশৰ বাবে 1.97 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে ৷ একেদৰে, চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ যৌথ প্ৰচেষ্টাত চহৰ অঞ্চলত 20,000 খন বাছৰ যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

Metro Lite Neo to Create all the Cities
মে'ট্ৰ প্ৰকল্পৰ উন্নয়নৰ বাবে সাধাৰণ বাজেটত বিশেষ পেকেজ
author img

By

Published : Feb 1, 2021, 3:44 PM IST

নিউজ ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী : দেশৰ সাধাৰণ বাজেটত চহৰ অঞ্চলৰ বাবে বিশেষ পেকেজৰ কথা ঘোষণা কৰিছে ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ বাজেটত আগন্তুক 5 বছৰৰ চহৰ অঞ্চলৰ বিকাশৰ বাবে 1.97 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে ৷ একেদৰে, চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ যৌথ প্ৰচেষ্টাত চহৰ অঞ্চলত 20,000 খন বাছৰ যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

আনহাতে, মে'ট্ৰ ৰেলৰ ক্ষেত্ৰতো দেশৰ সাধাৰণ বাজেটত বিশেষ ঘোষণা ৷ কোচি মে'ট্ৰ ৰে'লৰ দ্বিতীয় সংস্কৰণৰ বাবে 1957 কোটি টকা ঘোষণা কৰিছে ৷ যাৰ জৰিয়তে 11.6 কিলোমিটাৰ অংশ নতুনকৈ অন্তভুৰ্ক্ত কৰা হ'ব ৷ একেদৰে, চেন্নাই মে'ট্ৰ ৰে'লৰ 118.9 কিলোমিটাৰ অংশৰ দ্বিতীয় সংস্কৰণৰ বাবে 63,244 কোটি টকা ঘোষণা ৷

ইফালে, বেংগালুৰু মে'ট্ৰৰ 58.19 কিলোমিটাৰ অংশৰ বাবে 14788 কোটি টকাৰ পেকেজ ৷ আৰু নাগপুৰ আৰু নাছিক মে'ট্ৰ প্ৰকল্পৰ বাবে 5976 কোটি টকাৰ পেকেজ ৷

লগতে পঢ়ক : 62 টা ষ্টেচনত পুনৰ ই-কেটাৰিং সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত IRCTCৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.