ETV Bharat / bharat

Linking Aadhaar to Voter card: কংগ্ৰেছ নেতা সুৰজেৱালাক উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ - ৰণদীপ সিং সুৰজেৱালা

নিৰ্বাচনী সংশোধনী আইন, ২০২১ক(Election Amendment Act) প্ৰত্যাহ্বান জনোৱা কংগ্ৰেছী নেতা ৰণদীপ সিং সুৰজেৱালাক (Congress leader Randeep Singh Surjewala ) উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ ৷

Linking Aadhaar to Voter card
কংগ্ৰেছ নেতা সুৰজেৱালাক উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ
author img

By

Published : Jul 25, 2022, 10:51 PM IST

নেশ্যনেল ডেস্ক, 25 জুলাই: নিৰ্বাচনী সংশোধনী আইন, ২০২১ক(Election Amendment Act) প্ৰত্যাহ্বান জনোৱা কংগ্ৰেছী নেতা ৰণদীপ সিং সুৰজেৱালাক (Congress leader Randeep Singh Surjewala ) উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ ৷ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু এ এছ বোপান্নাৰ বিচাৰপীঠে কংগ্ৰেছী নেতাজনক তেওঁ প্ৰথমে কিয় উচ্চ ন্যায়ালয়ৰ কাষ চপা নাই বুলি প্ৰশ্ন কৰে ৷

বিচাৰপীঠে মন্তব্য প্ৰকাশ কৰি কয় যে এই গোচৰটো দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰক ৷ নেতাগৰাকীয়ে 2021 চনৰ নিৰ্বাচন সংশোধনী আইনৰ ধাৰা 4 আৰু 5 ক প্ৰত্যাহ্বান জনাইছিল ৷ উচ্চতম ন্যায়ালয়ত এই গোচৰৰ কোনো প্ৰতিকাৰ নাই ৷

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে নিৰ্বাচন সংশোধনী আইন, 2021 ৰ ধাৰা 4 আৰু 5 ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই সুৰজেৱালাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল । এই আৱেদনখনত কোৱা হৈছিল যে সংশোধনীটোত দুটা সম্পূৰ্ণ পৃথক নথিপত্ৰ, অৰ্থাৎ আধাৰ কাৰ্ড, যি বাসস্থানৰ (স্থায়ী বা অস্থায়ী) আৰু ইপিআইচি/ভোটাৰ আইডিৰ প্ৰমাণ, যি নাগৰিকত্বৰ প্ৰমান সেয়েহে, আধাৰ আৰু ভোটাৰ পৰিচয় পত্ৰৰ সংযোগ(Linking Aadhaar to Voter card) সম্পূৰ্ণৰূপে অযুক্তিকৰ ৷

লগতে পঢ়ক : Indian Drone Industry : ২০২৪-২৫ বৰ্ষত ড্ৰোণ উদ্যোগত বিক্ৰী ৯০০ কোটিলৈ বৃদ্ধিৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.