ETV Bharat / bharat

ভাৰতত ক্ৰমশ বৃদ্ধি পাবলৈ লৈছে কৰ'ণা ভাইৰাছৰ সক্ৰমণ

author img

By

Published : Mar 17, 2021, 1:41 PM IST

বৰ্তমান সময়লৈকে দেশত মুঠ ক'ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে 1,14,38,734 জন ৷ যাৰ ভিতৰত সক্ৰিয় হৈ আছে 2,34,406টা ঘটনা ৷

ভাৰতত ক্ৰমশ বৃদ্ধি পাবলৈ লৈছে কৰ'ণা ভাইৰাছৰ সক্ৰমণ
ভাৰতত ক্ৰমশ বৃদ্ধি পাবলৈ লৈছে কৰ'ণা ভাইৰাছৰ সক্ৰমণ

নিউজ ডেস্ক,17মাৰ্চ : দেশত ক্ৰমশ বৃদ্ধি পাবলৈ লৈছে ক'ভিড-19ৰ সক্ৰমণ ৷ যোৱা 24 ঘণ্টাত ভাৰতত ২৮,৯০৩ টা নতুন ক'ভিড-19ৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰে 17,741জন ব্যক্তিয়ে সুস্থ হৈ উঠিছে বুলি বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰে ৷

বৰ্তমান সময়লৈকে দেশত মুঠ ক'ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে 1,14,38,734 জন ৷ যাৰ ভিতৰত সক্ৰিয় হৈ আছে 2,34,406টা ঘটনা ৷ আনহাতে, এই মহামাৰীৰ ফলত যোৱা 24ঘণ্টাত ১৮৮ জন লোকৰ মৃত্যু হৈছে ৷ বৰ্তমানলৈকে এই ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে মুঠ ১,৫৯,০৪৪ জন।

ইফালে, COVID-19 ভেকচিনৰ 3,50,64,536 পালি প্ৰদান কৰা হৈছে ভাৰতত ৷ ইণ্ডিয়া কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ) অনুসৰি, মংগলবাৰৰ দিনটোলৈকে 22,92,49,784 টা নমুনা কৰ'ণা ভাইৰাছৰ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে । মংগলবাৰে ৯,৬৯,০২১ টা নমুনা পৰীক্ষা কৰা হৈছিল ।

অন্য এক খবৰৰ বাবে: ভাৰত বায়'টেকৰ নাসিকাত দিয়া টিকা সন্দৰ্ভত কিছু তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.