ETV Bharat / bharat

ক’ভিড 19ঃভাৰতৰ সামগ্ৰীক তথ্য

author img

By

Published : Dec 28, 2020, 2:30 PM IST

সোমবাৰে দিনৰ 8 বজাত স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 24 ঘন্টাত দেশত মুঠ 20,021 গৰাকী লোক নতুনকৈ ক’ভিড 19ত আক্ৰান্ত হৈছে ৷ সমান্তৰালকৈ 279 গৰাকী লোকৰ এই মহামাৰীত মৃত্যু বৰণ কৰিছে ৷ বৰ্তমানলৈকে দেশত মুঠ 1,47,901 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে ৷

India COVID-19 tracker: State-wise report
ক’ভিড 19ঃভাৰতৰ সামগ্ৰীক তথ্য

নেশ্যনেল ডেস্ক,28 ডিচেম্বৰ: ভাৰতত ক’ভিড 19ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ 1,02,07,871 ৷ ইয়াৰ বিপৰীতে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে 97.82 লাখ লোকে ৷ সোমবাৰে ভাৰতীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷

সোমবাৰে দিনৰ 8 বজাত স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 24 ঘন্টাত দেশত মুঠ 20,021 গৰাকী লোক নতুনকৈ ক’ভিড 19ত আক্ৰান্ত হৈছে ৷ সমান্তৰালকৈ বিগত 24 ঘন্টাত 279 গৰাকী লোকে এই মহামাৰীত মৃত্যু বৰণ কৰিছে ৷ বৰ্তমানলৈকে দেশত মুঠ 1,47,901 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে ৷

উল্লেখ্য যে, ক’ভিড 19ৰ তালিকাই 7 আগষ্টত 20 লাখ, 23 আগষ্টত 30 লাখ, 5 ছেপ্তেম্বৰত 40 লাখ, 16 ছেপ্তেম্বৰত 50 লাখ, 28 ছেপ্তেম্বৰত 60 লাখ, 11 অক্টোবৰত 70 লাখ, 29 অক্টোবৰত 80 লাখ , 20 নৱেম্বৰত 90 লাখ আৰু 19 ডিচেম্বৰত 1 কোটিৰ ঘৰ অতিক্ৰম কৰে ৷

ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ তথ্য অনুসৰি 27 ডিচেম্বৰ পৰ্যন্ত ভাৰতত মুঠ 16,88,18,054 টা নমুনা পৰীক্ষা কৰা হৈছে ৷

লগতে পঢ়ক-প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে দেশৰ প্ৰথমটো চালকবিহীন ৰে’ল প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.