ETV Bharat / bharat

Eco friendly hi tech airport terminal: সেউজীয়া বাগিচাৰ মাজত বিমানবন্দৰৰ টাৰ্মিনেল - Garden City Bangalore

বাংগালুৰুৰ বিমানবন্দৰৰ এটা টাৰ্মিনেলে আকৰ্ষিত কৰিছে সকলোকে(Eco friendly airport terminal at Bengaluru) । সেউজীয়া বাগিচাৰ ভিতৰত নিৰ্মাণ কৰা হৈছে পৰিৱেশ অনুকূল হাই টেক বিমানবন্দৰৰ টাৰ্মিনেল । গাৰ্ডেন চিটি বাংগালুৰুৰ স্মাৰক হিচাপে কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰ্মান কৰা হৈছে এই টাৰ্মিনেলটো(Eco friendly hi tech airport terminal) ।

eco friendly airport terminal at bengaluru
সেউজীয়া বাগিচাৰ মাজত বিমানবন্দৰৰ টাৰ্মিনেল
author img

By

Published : Nov 13, 2022, 1:30 PM IST

নেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ: বাংগালুৰুৰ কেম্পেগৌড়া বিমানবন্দৰ(Kempegowda International Airport)ৰ এটা টাৰ্মিনেলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে(Eco friendly airport terminal at Bengaluru) । সেউজীয়া এখন বাগিচাৰ ভিতৰত নিৰ্মান কৰা হৈছে এই টাৰ্মিনেলটো(Airport terminal built within a green garden) । টাৰ্মিনেলটোৰে খোজকাঢ়ি যোৱা যাত্ৰীসকলে এখন সুন্দৰ সেউজীয়া উদ্যানৰ মাজেৰে খোজ দিয়াৰ অনুভৱ কৰে টাৰ্মিনেলটোৰ ভিতৰত ।

সেউজীয়া বাগিচাৰ মাজত বিমানবন্দৰৰ টাৰ্মিনেল

কেম্পেগৌড়া বিমানবন্দৰৰ টাৰ্মিনেল-2 ক বাগিচাৰ ভিতৰত থকা টাৰ্মিনেল বুলি অভিহিত কৰিছে(Verdant Garden Airport Terminal) । কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মেনেজাৰ আৰু মুখ্য কাৰ্যবাহী বিষয়া হৰি মাৰাৰে এখন সংবাদমেল সম্বোধন কৰি এই টাৰ্মিনেলটোৰ বিষয়ে অৱগত কৰে । তেওঁ কয় যে যিহেতু বাংগালুৰুক গাৰ্ডেন চিটি বুলি জনা যায়(Garden City Bangalore), সেয়ে ইয়াক গাৰ্ডেন এয়াৰপৰ্ট টাৰ্মিনেলৰ হিচাপে প্ৰস্তুত কৰা হৈছে(Eco friendly hi tech airport terminal) ।

eco friendly airport terminal at bengaluru
কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

নতুন টাৰ্মিনেলটো যাত্ৰীসকলক উদ্যানৰ অভিজ্ঞতাত খোজ কাঢ়িবলৈ প্ৰস্তুত কৰা হৈছে । মুখ্য প্ৰৱেশ পথৰ পৰা বাংগালুৰু বিমানবন্দৰৰ চৌহদৰ প্ৰৱেশদ্বাৰলৈকে, টি-2 ত প্ৰৱেশ কৰা আৰু বিমানত উঠালৈকে, যাত্ৰীসকলে এক সেউজীয়া মন্ত্ৰমুগ্ধ দৃশ্য উপভোগ কৰিব পাৰিব(Garden Airport Terminal) ।

টাৰ্মিনেলৰ চাৰিওফালে থকা ১০,২৩৫ বৰ্গফুট সেউজীয়া দেৱালৰ লগতে চৌহদৰ ভিতৰত আছে ব্ৰঞ্জৰ পৰ্দা আৰু সেউজীয়া এটা পুখুৰী । টাৰ্মিনেলটোৰ চাদৰ পৰা ওলমি আহিছে এখন সেউজীয়া বাগিচা । টাৰ্মিনেল আৰু বৰ্ডিং পিয়েৰৰ মাজৰ বিশাল বনাঞ্চলে যাত্ৰীসকলক সেউজীয়াৰ কেতিয়াও নেদেখা অভিজ্ঞতা প্ৰদান কৰে ।

টাৰ্মিনেলৰ চাৰিওফালে থকা উদ্যানখনে ইয়াৰ চাৰিওফালৰ পৰিৱেশতকৈ দুইৰ পৰা তিনি ডিগ্ৰী কম মাইক্ৰ'ক্লাইমেট বজাই ৰাখে । উদ্ভিদ আৰু প্ৰাণী আৰু আনকি আকাশৰ পোহৰ বাঁহৰ আৰ্হিৰ জৰিয়তে ফিল্টাৰ কৰা হয় । আনহাতে ভিতৰৰ জলপ্ৰপাতবোৰ কৰ্ণাটকৰ জলপ্ৰপাতৰ আৰ্হিত নিৰ্মান কৰা হৈছে । যি যাত্ৰীসকলক বাৰুকৈয়ে আকৰ্ষিত কৰে ।

গাৰ্ডেন টাৰ্মিনেলত ৬২০ জোপা দেশীয় উদ্ভিদ আছে, ৩,৬০০ ৰো অধিক উদ্ভিদৰ প্ৰজাতি, ১৫০ জোপা খেজুৰ প্ৰজাতি, ৭,৭০০ সংৰোপিত গছ, ১০০ প্ৰকাৰৰ লিলি, ৯৬ পদুমৰ প্ৰজাতি আছে । প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছিল টাৰ্মিনেল -২ । বিমানবন্দৰ কৰ্তৃপ৭ই জনাই যে বৰ্তমানো বহুতো কাম বাকী আছে । নিৰাপত্তা তথা যাত্ৰীৰ সুৰক্ষাৰ পৰীক্ষণৰ পাছতে চলিত বৰ্ষৰ শেষৰফালে সকলো কাৰ্যক্ষম কৰা হ'ব ।

লগতে পঢ়ক: New Political equation of DAC: দেউৰী স্বায়ত্ত-পৰিষদ গঠনৰ নতুন সমীকৰণ, আজি মুখ্যমন্ত্ৰীৰে আলোচনাত বহিব জে পি পি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.