ETV Bharat / bharat

Daily Horoscope For 26th December: কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily Horoscope For 26th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 26th December 2023
কেনে যাব আপোনাৰ আজিৰ দিনটো
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 6:01 AM IST

মেষ ৰাশি: বন্ধুত্বপূৰ্ণ মনোভাৱ গ্ৰহণ কৰিলে আনৰ সৈতে হ’ব পৰা বিবাদ এৰাই চলিব পাৰিব; যিটো আপোনাৰ আৰু আনৰ বাবেও লাভজনক হ’ব ৷ লিখক আৰু শিল্পীসকলৰ বাবে ফলপ্ৰসূ হ’ব ৷ ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্ক সুখদায়ক হ’ব ৷ মধ্যাহ্নৰ পিছত, মানসিক অস্থিৰতা আৰু উত্‍সাহৰ অভাৱ দেখা পাব পাৰে ৷ বন্ধুবৰ্গৰ লগত এটা চমু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বিত্ত বিষয়ক পৰিকল্পনা সুচাৰুৰূপে কৰিব পাৰিব আৰু পৰিয়ালৰ লগত আনন্দেৰে সময় কটাব পাৰিব ৷

বৃষ ৰাশি: সকলো মহত্বপূৰ্ণ কামত ভাগ লওক আৰু সম্পূৰ্ণ কৰক ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ মানসিক আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব; পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাওক ৷ সামাজিক কাৰণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা অনুভৱ কৰিব, যাৰ বাবে সোণালী সুযোগ হেৰুৱাবলগীয়া হ’ব পাৰে ৷ আপোনাৰ অসংযত ব্যৱহাৰে আনক বিৰক্ত কৰিব পাৰে ৷ সম্ভৱপৰ হ’লে সকলো গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতেই সমাপ্ত কৰাৰ প্ৰচেষ্টা কৰক ৷

মিথুন ৰাশি: সাৱধানেৰে চলক ৷ ঘৰত বিৰোধিতাৰ সন্মূখীন হ’ব পাৰে ৷ আপুনি মানসিক আৰু শাৰীৰিকভাৱে অস্থিৰতা অনুভৱ কৰিব পাৰে ৷ দুপৰীয়াৰ পিছত পৰিস্থিতি সলনি হ’ব আৰু আপুনি উত্‍সাহিত অনুভৱ কৰিব ৷ ঘৰুৱা পৰিবেশো শান্ত হ’ব আৰু আপোনাৰ মনোবল বৃদ্ধি পাব ৷ বিনোদন ক্ষেত্ৰত ব্যয় হ’ব পাৰে ৷

কৰ্কট ৰাশি: ব্যৱসায়ত লাভ হ’ব পাৰে ৷ দৰ্শনীয় স্থল ভ্ৰমণৰ পৰিকল্পনা কৰাৰ সম্ভাৱনা আছে ৷ দুপৰীয়াৰ পিছত মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে আৰু স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে ৷ চকুৰ সমস্যা হ’ব পাৰে ৷ পৰিয়ালৰ উপস্থিতিত তেওঁলোকৰ ওপৰত ব্যয় কৰিব ৷ দুৰ্ঘটনা আৰু অঘটন হোৱাৰ পৰা সতৰ্ক থাকক ৷

সিংহ ৰাশি: আজি নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা অতি শুভ দিন ৷ সকলো অসপূম্পূৰ্ণ কাম পূৰা কৰিব পাৰিব ৷ বন্ধু আৰু সম্পৰ্কীয় লোকৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে ৷ ভৱিষ্যতত কামত আহিব পৰা নতুন ব্যৱসায়ীক যোগাযোগ হ’ব পাৰে ৷ বেতন বৃদ্ধি পাব পাৰে ৷ মুঠতে পৰিয়ালৰ লগত এটা সুখী দিন পাৰ কৰিব পাৰিব ৷

কন্যা ৰাশি: আপোনাৰ কামৰ পৰা অন্যলোক উপকৃত হ’ব পাৰে ৷ দীঘলীয়া ভ্ৰমণৰ সম্ভাৱনা আছে ৷ স্বাস্থ্যৰ যত্ন লওক ৷ দুপৰীয়াৰ পিছত কৰ্মস্থলীত জ্যেষ্ঠসকলৰ পৰা সমৰ্থন পাব ৷ ঘৰত আনন্দ অনুভৱ কৰিব আৰু মানসিকৰূপে শান্তি লাভ কৰিব ৷ চাকৰি কৰা সকলৰ বাবে পদোন্নতিৰ সম্ভাৱনা আছে ৷

তুলা ৰাশি: অত্যধিক কামৰ চাপ আৰু শাৰীৰিক অসুস্থতাৰ বাবে মানসিক উদ্বিগ্নতা বৃদ্ধি পাব পাৰে ৷ নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব পাৰে ৷ অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷ ভ্ৰমণত বাধাৰ সন্মূখীন হ’ব পাৰে ৷ দুপৰীয়াৰ পিছত, দূৰত থকা আত্মীয়ৰ পৰা ভাল খব পাব পাৰে ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে উত্‍সাহ লাভ কৰিব ৷ বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে ৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে ৷

বৃশ্চিক ৰাশি: পুৱা উঠি সতেজ আৰু সুস্থ অনুভৱ কৰিব ৷ বন্ধু আৰু সম্পৰ্কীয় লোকৰ লগত সুস্বাদু আহাৰ গ্ৰহণৰ সুযোগ লাভ কৰিব ৷ দুপৰীয়াৰ পিছত হঠাৎ মানসিক আৰু শাৰীৰিক অস্থিৰতা অনুভৱ কৰিব ৷ দুপৰীয়াৰ পিছত খাদ্যৰ যত্ন লওক ৷ ভ্ৰমণত বাধাৰ সন্মূখীন হ’ব পাৰে ৷ আধ্যাত্মিকতা আৰু ধাৰ্মিকতাই প্ৰয়োজনীয় শক্তিৰ যোগান ধৰিব ৷

ধনু ৰাশি: আজিৰ দিনটোৰ আপোনাৰ সুখ শান্তি সংৰক্ষিত হৈ আছে ৷ আজি আপুনি আৰম্ভ কৰা সকলো কাম আৰু আগতে অসম্পূৰ্ণকৈ এৰা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ আকস্মিক আৰ্থিক লাভ হ’ব পাৰে ৷ পাৰিবাৰিক জীৱন আনন্দৰ হ’ব ৷ ব্যৱসায়ীসকলে বাণিজ্যত প্ৰগতি লাভ কৰিব ৷ চমু ভ্ৰমণৰ ব্যৱস্থা কৰিব পাৰে ৷ বিদেশত থকা আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে ৷

মকৰ ৰাশি: আপোনাৰ কামৰ ফল আশা কৰা মতে নাপাব পাৰে ৷ কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব ৷ অন্য লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আনন্দদায়ক হ’ব যাৰ ফলত আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷ বাহিৰত খোৱাৰ পৰা বিৰত থাকক ৷ দুপৰীয়াৰ পিছত অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব ৷ অসুস্থহৈ থকা সকলৰ স্বাস্থ্য উন্নত হ’ব ৷ যাত্ৰাত আৰ্থিক লাভৰ সম্ভাৱনা আছে আৰু মাতৃগৃহৰ পৰা ভাল খবৰ পাব পাৰে ৷ সহকৰ্মীসকলে কামত সহায় কৰিব ৷

কুম্ভ ৰাশি: শিক্ষাৰ্থী, শিল্পী আৰু খেলুৱৈৰ বাবে এটা ভাল দিন ৷ চৰকাৰ আৰু পিতৃপক্ষৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে ৷ মানসিকৰূপে সুস্থিৰ হৈ থাকিব ৷ বাহিৰত খোৱাৰ পৰা বিৰত থাকক; পেটৰ অসুখৰ সম্ভাৱনা আছে ৷ লিখা-পঢ়াৰ বাবে এটা ভাল দিন ৷ আৰ্থিক দিশত শুভ ৷

মীন ৰাশি: কাল্পনিক জগতত বাস কৰাৰ সম্ভাৱনা আছে ৷ সৃজনমূলক ক্ষমতা আজি সৰ্ব্বোচ্চ হ’ব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণৰ ভাল সুযোগ পাব ৷ মনোযোগ আৰু আত্ম-বিশ্বাসেৰে দৈনিক কামসমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব ৷ শিক্ষাৰ্থীৰ বাবে এটা ভাল দিন ৷ শিশুসকলৰ বাবে লাভদায়ক, পিতৃৰ পৰা উপকৃত হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.