ETV Bharat / bharat

Daily horoscope for 16th September: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 16, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ

daily-horoscope-for-16th-september-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: গ্ৰহৰ দশা কিছু অস্পষ্ট দেখা গৈছে৷ অযথা খৰচ নকৰিব ৷ কাৰো পৰা টকা ধাৰ নল’ব ৷ প্ৰতিটো কথাত মন দিয়ক, নহ’লে মিছাতে বিবাদৰ মাজত সোমায় পৰিব৷ অপমানিত বোধ কৰাব ৷ ঘৰতে থাকক আৰু শৰীৰৰ যত্ন লওক ৷

বৃষ ৰাশি: গণেশৰ আৰ্শীবাদ লাভ কৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সুন্দৰ সময় কটাব পাৰিব ৷ ভ্ৰমণত শুভ ৷

মিথুন ৰাশি: উদ্দিগ্নতা আৰু আৰু চিন্তাই সমগ্ৰ দিনটো বেৰি ৰাখিব৷ চকুৰ অসুখত ভূগিব পাৰে ৷ পাৰিবাৰিক দন্দ হ’ব পাৰে ৷ আকস্মিক দুৰ্ঘটনা হ’ব পাৰে ৷ অদৰকাৰী খৰচ আৰু চিন্তাই দিনটো পাজোল কৰি তুলিব ৷ অদৰকাৰি বুলি ভবা কামৰ পৰা আঁতৰত থাকক৷ ধ্যান আৰু প্ৰাৰ্থনা কৰক ৷

কৰ্কট ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ উপাৰ্জন বৃদ্ধি হ’ব ৷ ব্যৱসায়ত উন্নতি হ’ব ৷ সন্তানৰ পৰা আনন্দ পাব ৷ বিবাহৰ বাবে উত্তম দিন৷ দিনটো সম্পূৰ্ণ সতেজ আৰু চিন্তামুক্ত অনুভৱ কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷

সিংহ ৰাশি: ব্যবসায়ী আৰু চাকৰিয়ালসকলৰ বাবে শুভ দিন ৷ কামত সফলতা লাভ কৰিব ৷ শৰীৰ সুস্থ থাকিব ৷

কন্যা ৰাশি: দিনটো সৌভাগ্যশালী হ’ব ৷ ভ্ৰমণত শুভ ৷ নতুন ব্যবসায় আৰম্ভ কৰিব পাৰে ৷ ধনৰ দিশটো লাভজনক হ’ব ৷

তুলা ৰাশি: দিনটো নতুনত্বৰে ভৰা দিন ৷ মনলৈ অহা ইতিবাচক চিন্তা-চৰ্চাবোৰ আঁতৰাই থওক ৷ শৰীৰৰ যত্ন লওক ৷ মানসিক সমস্যাৰ সন্মূখীন হ’ব পাৰে ৷ পানী আৰু মহিলাৰ পৰা সাৱধানে থাকক ৷

বৃশ্চিক ৰাশি: সকলো বিষয়তে নতুনত্ব লাভ কৰিব ৷ আপোনি নিজৰ পৰিচয় লাভ কৰিবলৈ এয়েই উত্তম সময় ৷ বন্ধু, পৰিয়ালৰ লোক আৰু সহকৰ্মীসকলৰ ওপৰত প্ৰভাব পেলাব পাৰিব ৷ বন্ধুৰ লগত সন্মানজনক কাম আৰম্ভ কৰক ৷ গাড়ী কিনাৰ উপযুক্ত সময় ৷ সামাজিক কামত ভাগ ল’ব পাৰে ৷ বিবাহৰ যোগ আছে ৷

ধনু ৰাশি: লাভ বৃদ্ধি ৷ সম্পত্তি কিনা আৰু টকা জমা ৰখাৰ কথা ভাবিব পাৰে ৷ কামৰ ক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ কৰিব ৷ ঘৰত শান্তিৰ পৰিৱেশে বিৰাজ কৰিব ৷ আবেলি আনন্দৰে কটাব ৷ শৰীৰ ভালে থাকিব ৷ মহিলাৰ লগত তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক ৷

মকৰ ৰাশি: কোনো বিশেষ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ টোপনিৰ অভাৱ বা শৰীৰৰ সমস্যাৰ বাবেও কামত মন বহুৱাব নোৱাৰিব ৷ কামত সাৱধান হওক ৷ কৰো লগত কাজিয়াত লিপ্ত নহ’ব ৷

কুম্ভ ৰাশি: বিশেষজনক লগ পাব পাৰে ৷ মনটোক জিৰণি দিয়ক ৷ মাতৃৰ পৰা বিশেষ লাভ আদায় কৰিব পাৰে ৷ সম্পত্তি বা গাড়ী কিনা বেচাৰ ক্ষেত্ৰত সাৱধান হ’ব ৷

মীন ৰাশি: সৌভাগ্যশালী দিন ৷ লাভ বৃদ্ধি ৷ কোনো গভীৰ আলোচনাত ভাগ লৈ সিদ্ধান্ত উপস্থাপন কৰিব পাৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷ প্ৰিয়জনৰ লগত আনন্দৰে সময় কটাব পাৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.