মেষ ৰাশি : দিনটো শুভ ৷ মানসিক স্থিতি ভাল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ হʼব ৷
বৃষ ৰাশি : দিনটো শুভ ৷ চাকৰিয়ালসকলৰ বাবে ভাগ্য ভাল ৷ নতুন কাৰ্ম আৰম্ভ কৰিব পাৰে ৷ সফল হ’ব ৷ পদোন্নতি লাভ ৷ সাংসাৰিক জীৱন আনন্দময় ৷
মিথুন ৰাশি : দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ গ্ৰহৰ স্থান ভাল নহয় ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷ কোনো নতুন কাম হাতত নল’ব ৷
সিংহ ৰাশি : স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে ৷ ৰাজহুৱা ক্ষেত্ৰত এনেকুৱা কোনো কাম নকৰিব, যাৰ বাবে আপোনাৰ বদনাম হ’ব পাৰে ৷ ব্যৱসায়ৰ অংশীদাৰ সকলৰ সৈতে অত্যন্ত সতৰ্ক হৈ থাকক ৷
কন্যা ৰাশি : ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ ৷ আপুনি প্ৰতিযোগী, অংশীদাৰ আৰু সহকৰ্মী সকলতকৈ আগবাঢ়ি থাকিব ৷ অৱশ্যে সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ স্বাস্থ্যৰ অৱনতি ৷
তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ প্ৰেমত শুভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
বৃশ্চিক ৰাশি : দিনটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ কৰ্ম জীৱনত কিছু পৰিৱৰ্তন হ’ব পাৰে ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷
ধনু ৰাশি : দিনটো শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ ভাগ্য ভাল ৷ কর্ম ব্যৱসায়ত সফল ৷
মকৰ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ ধ্যান কৰিব পাৰে ৷ পৰিয়ালৰ লোকসকলৰ মাজত ভুল বুজাবুজি হ’ব পাৰে ৷ মানসিক অশান্তি হ’ব পাৰে ৷ অনাৱশ্যক ব্যয়ে সমস্যাত পেলাব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত মনোযোগ দিবলৈ আগ্ৰহী নহ’ব ৷ স্বামী-স্ত্ৰীৰ মাজত সংঘাত হ’ব পাৰে ৷
কুম্ভ ৰাশি : আৰ্থিকভাৱে দিনটো শুভ ৷ সংসাৰিক জীৱন আনন্দময় হ’ব ৷ বন্ধু আৰু সতীৰ্থসকলৰ সৈতে আনন্দময় হ’ব ৷ ভ্ৰমণৰ যোগ ৷
মীন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ বৈবাহিতক জীৱন আনন্দময় হ’ব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰুকৈ ভ্ৰমণ হʼব পাৰে ৷ নিশা পৰিয়ালৰ সৈতে ৰাতিৰ খানা ভাল হʼব ৷