ETV Bharat / bharat

মঙলবাৰ পৰ্যন্ত ভাৰতত 12,286 গৰাকী ক’ভিড-19 ত আক্ৰন্ত, 91 জনৰ মৃত্যু

author img

By

Published : Mar 2, 2021, 4:29 PM IST

Updated : Mar 3, 2021, 2:51 PM IST

মহামাৰীৰ ক’ৰণাৰ 1,07,97,921 গৰাকীয়ে আৰোগ্য লাভ কৰিছে যাৰ শতকৰা হাৰ 97.07লৈ বৃদ্ধি পাইছে ৷ ইপিনে মৃত্যুৰ হাৰ 1.41 শতাংশলৈ হ্ৰাস পাইছে বুলি স্বাস্থ্য বিভাগে উল্লেখ কৰিছে ৷

মঙলবাৰ পৰ্যন্ত ভাৰতত 12,286 গৰাকী ক’ভিড-19 ত আক্ৰন্ত,91 জনৰ মৃত্যু

নিউজ ডেস্ক,2 মাৰ্চঃ ভাৰতবৰ্ষত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা 1,11,24,527 গৰাকীলৈ বৃদ্ধি পাইছে ৷ মঙলবাৰৰ দিনটোত 12,286 টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ একেদৰে এই মহামাৰী ক’ৰণাৰ পৰা সম্প্ৰতি 1,07,98,921 গৰাকীয়ে আৰোগ্য লাভ কৰিছে বুলি মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই বিষয়ে সদৰি কৰিছে ৷

আনহাতে 91 গৰাকী নতুনকৈ মৃত্যু হোৱাৰ লগতে দেশখনত ক’ভিড-19 ত মৃত্যু হোৱাৰ সংখ্যা 1,57,248 গৰাকীলৈ বৃদ্ধি পালে ৷ মনকৰিবলগীয়া যে, এই মহামাৰীৰ ক’ৰণাৰ 1,07,97,921 গৰাকীয়ে আৰোগ্য লাভ কৰিছে যাৰ শতকৰা হাৰ 97.07লৈ বৃদ্ধি পাইছে ৷ ইপিনে মৃত্যুৰ হাৰ 1.41 শতাংশলৈ হ্ৰাস পাইছে বুলি স্বাস্থ্য বিভাগে উল্লেখ কৰিছে ৷

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated : Mar 3, 2021, 2:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.